Might Learn Logo Might Learn

AHSEC Class 11 Economics Chapter 6 সূচকাংক বা সূচক সংখ্যা পাঠটোৰ উত্তৰ

১। তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ লিখা?

(ক) সূচকাংকৰ সহায়ত মুদ্রাগত আয়ৰ পৰিৱৰ্তন নির্ণয় কৰিব পাৰি।

উত্তৰঃ

(খ) সূচকাংক প্রস্তুত কৰোঁতে যিকোনাে বছৰ ভূমি বছৰ হিচাপে গ্ৰহণ কৰিব পাৰি।

উত্তৰঃ

(গ) পাইকাৰী দাম খুচুৰা দামৰ তুলনাত কম হয়।

উত্তৰঃ

(ঘ) সূচকাংকত নিবাচিত সামগ্ৰীৰ তুলনামূলক গুৰুত্ব প্রতিফলিত কৰিব নােৱাৰি।

উত্তৰঃ

(ঙ) ধাৰাবাহিক সূচকাংকত ভূমি বছৰৰ পৰিৱৰ্তন নহয়।

উত্তৰঃ

(চ) সূচকাংকক অর্থনীতিৰ চাপমান যন্ত্র বুলি কোৱা হয়।

উত্তৰঃ

২। চমু উত্তৰ দিয়া।

(ক) সূচকাংক কি?

উত্তৰঃ

(খ) গড় দাম কিদৰে নিৰ্দ্ধাৰণ কৰা হয়?

উত্তৰঃ

(গ) ভাৰিত বা ভাৰসমন্বিত সূচকাংক কি?

উত্তৰঃ

(ঘ) সূচকাংকই মজুৰি নীতি নিদ্ধাৰণত কিদৰে সহায় কৰে?

উত্তৰঃ

৩। সূচকাংক প্রস্তুতকৰণত কি কি ব্যৱস্থা হাতত ল’ব লাগে ব্যাখ্যা কৰা।

উত্তৰঃ

৪। পাইকাৰী সূচকাংক আৰু জীৱন নিবাহ ব্যয় সূচকাংকৰ পার্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ

৫। সূচকাংকৰ যিকোনাে চাৰিটা সীমাবদ্ধ তা ব্যাখ্যা কৰা।

উত্তৰঃ

৬। সূচকাংকৰ ব্যৱহাৰিক তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ

৭। পাইকাৰী দৰ সূচকাংক গঠন-প্রণালীৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ

৮। জীৱন ধাৰণৰ ব্যয়সূচক গঠন কৰিবলৈ আৱশ্যকীয় পাঁচটা পদক্ষেপ উল্লেখ কৰা।

উত্তৰঃ

৯। জীৱন ধাৰণৰ ব্যয়সূচকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ

১০। বন্ধনীৰ ভিতৰৰ পৰা সঠিক শব্দ বাছি লৈ খালী ঠাই পূৰণ কৰাঃ

জীৱনধাৰণৰ ব্যয়সূচক__ ৰ ওপৰত গঠন কৰা হয়।

(উৎপাদন ব্যয়/পাইকৰী দৰ/উপভোক্তাৰ দৰ)

১১। সূচকাংক এটা অর্থনৈতিক চাপমান যন্ত্র। ব্যাখ্যা কৰা।

১২। দৰ সূচক সংখ্যাক অর্থনৈতিক চাপমান যন্ত্র বােলা হয় কিয়?

১৩। সূচকাংক প্রস্তুতকৰণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে? ব্যাখ্যা কৰা।

১৪। ব্যাখ্যা কৰাঃ

( ক ) লাচপেয়ৰৰ সূচকাংক

( খ ) পাশ্চিৰ সূচকাংক

( গ ) চেনচেক্স ( ঘ ) মানৱ উন্নয়ন সূচকাংক

  1. Which price index is an indicator of change in the general price level?
  2. Why is the Laspeyre’s method very widely used?
  3. How many stocks go into the making of sensex?
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects