AHSEC Class 11 History Chapter 9 ঔদ্যোগিক বিপ্লব পাঠটোৰ উত্তৰ

১। অতি চমু উত্তৰ লিখা।

(ক) উদ্ভিদ আৰু জন্তুৰ বৰ্গীকৰণ প্ৰণালী কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ

(খ) ইংলণ্ডত কেতিয়া যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ

(গ) প্ৰথম আধুনিক আলিম্পিক ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ

(ঘ) ৰুছিয়াই কোন চনত স্পুটনিক মহাকাশ যান উৎক্ষেপণ কৰিছিল?

উত্তৰঃ

(ঙ) পাঞ্জাৱত কোনে প্ৰথমে শিখৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ

(চ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ

(ছ) দ্বিতীয় মহাসমৰত আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া যোগদান কৰিছিল?

উত্তৰঃ

(জ) প্ৰথম লোৰ চকী কোনে সাজি উলিয়াইছিল?

উত্তৰঃ

(ঝ) বৃটেইনৰ সংসদে ১৭৯৫ চনত প্ৰণয়ন কৰা আইনখনৰ নাম কি?

উত্তৰঃ

(ঞ) জেনেৰেল নেড লুডৰ নেতৃত্বত গঢ় লোৱা আন্দোলনটোৰ নাম কি আছিল?

উত্তৰঃ

২। চমুকৈ উত্তৰ দিয়াঃ

(ক) ১৭৯৩- ৰ পৰা ১৮১৫-লৈ হোৱা যুদ্ধত বৃটেইন জড়িত হোৱাত বৃটিছ উদ্যোগৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল?

উত্তৰঃ

(খ) খাল আৰু ৰেলপথেৰে হোৱা পৰিবহণৰ আপেক্ষিক সুবিধা কি আছিল?

উত্তৰঃ

(গ) এই সময়ছোৱাৰ ‘আৱিষ্কাৰ’ সমূহৰ আমোদজনক বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ

(ঘ) কেঁচামালৰ যোগানে কেনেকৈ বৃটিছ উদ্যোগীকৰণৰ স্বৰূপ সলনি কৰিছিল লিখা।

উত্তৰঃ

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

ক) বিভিন্ন শ্ৰেণীৰ বৃটিছ নাৰীৰ জীৱন শিল্প-বিপ্লৱে কেনেকৈ প্ৰভাৱান্বিত কৰিছিল লিখা।

উত্তৰঃ

খ) বিশ্বৰ বিভিন্ন দেশত ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰভাৱ তুলনা কৰা।

উত্তৰঃ

(গ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা ঔদ্যোগিক পৰিৱৰ্তনক ‘বিপ্লৱ’ নে ‘বিৱৰ্তন’ বুলি ক’ব পাৰি যুক্তি দৰ্শাই লিখা।

উত্তৰঃ

(ঘ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ

(ঙ) তাপশক্তি উদ্ভাৱন সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ

৪। চমু টোকা লিখা ঃ

ক) প্ৰথম ঔদ্যোগিক বিপ্লৱ।

উত্তৰঃ

খ) ভাপ শক্তিৰ উদ্ভাৱন।

উত্তৰঃ

গ) আইন সংস্কাৰ আৰু শিশু শ্ৰমিক।

উত্তৰঃ