1. উত্তৰ দিয়াঃ
(a) এৰিষ্ট’টল আধুনিক তৰ্কবিদ হয়নে?
উত্তৰঃ
(b) আধুনিক তৰ্কবিদসকলে কি কি কথাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰিছে?
উত্তৰঃ
(c) বচনত মূলতঃ কেইপ্ৰকাৰৰ ?
উত্তৰঃ বচন মূলত ৩ প্ৰকাৰৰ।
(d) সৰল বচন কেইপ্ৰকাৰৰ ?
উত্তৰঃ সৰল বচন ৪ প্ৰকাৰৰ।
(e) শ্ৰেণী সদস্য়তামূলক বচন আৰু সাধাৰণ বচনত একেনে? যদি নহয় দুটা পাৰ্থক্য় উল্লেখ কৰা।
উত্তৰঃ
(f) সাধাৰণ বচন মূলতঃ কেনেধৰণৰ বচন? সাধাৰণ বচন কেইপ্ৰকাৰত ভাগ কৰিব পাৰি?
উত্তৰঃ
(g) যৌগিক বচন আৰু সাধাৰণ বচনৰ পাৰ্থক্য়টো কি?
উত্তৰঃ
(h) ‘সকলো মানুহ হয় বৃদ্ধিবৃত্তিসম্পন্ন’- ই কি বচনৰ উদাহৰণ?
উত্তৰঃ
(i) চোৰ!- ই বচননে?
উত্তৰঃ
(j) বিকল্পাত্মক বচনত ‘অথবা’ শব্দটো কি অৰ্থত লোৱা হয়?
উত্তৰঃ
2. শুদ্ধ উত্তৰ নিৰ্ণয় কৰাঃ
(a) গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি আধুনিক তৰ্কবিদসকলে বচনৰ শ্ৰেণীবিভাজন কৰে/নকৰে।
উত্তৰঃ
(b) সৰল বচন তিনি/ চাৰি প্ৰকাৰৰ।
উত্তৰঃ
(c) বৈকল্পকি বচনত ‘অথবা’ শব্দটো অভিব্য়াপী/ ঐকান্তিক অৰ্থত লোৱা হয়।
উত্তৰঃ
(d) যৌগিক বচনত আণৱিক/ পৰিমাণৱিক বচন লোৱা হয়।
উত্তৰঃ
(e) অস্তিত্ব বুজোৱা বচনসমূহ যৌগিক/ সাধাৰণ/ সৰল বচন।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post