AHSEC Class 11 Logic And Philosophy Chapter 7 নিৰপেক্ষ ন্যায় পাঠটোৰ উত্তৰ

নিৰপেক্ষ ন্যায়

অনুশীলনী

  1. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(a) এইটো সঁচানে যে অমাধ্যম অনুমানত দুটা আশ্ৰয়বাক্য় থাকে।

উত্তৰঃ সঁচা নহয়।

(b) প্ৰতিবৰ্তন এক অমাধ্যম অনুমান। কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

(c) অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত?

উত্তৰঃ ১ টা আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত।

(d) এইটো সঁচানে যে এটা অমিশ্ৰ নিৰপেক্ষ ন্য়ায়ত এটা হেতুপদ থাকিব লাগে।

উত্তৰঃ সঁচা।

(e) নিৰপেক্ষ ন্য়ায়ত হেতুপদ অন্ততঃ এবাৰ ব্য়াপ্ত হ’ব লাগে। কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

(f) ন্য়ায়ৰ কোনটো পদে সংস্থান নিৰ্ণয় কৰে?

উত্তৰঃ হেতুপদে সংস্থান নিৰ্ণয় কৰে।

(g) প্ৰথম সংস্থানৰ বৈধ মূৰ্তিসমূহত কোনটো সাধ্যবচন হিচাপে ব্য়ৱহৃত হয়?

উত্তৰঃ সামান্য বচন।

  1. সংজ্ঞা দিয়াঃ

(a) প্ৰতিবৰ্তন

উত্তৰঃ

(b) পক্ষপদ

উত্তৰঃ সিদ্ধান্তৰ উদ্দেশ্যপদক পক্ষপদ বোলে।

(c) হেতুপদ

উত্তৰঃ যি পদ সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বা মধ্যপদ বোলে।

(d) ব্য়াপ্ত পদ

উত্তৰঃ

(e) সমবৰ্তন।

উত্তৰঃ

  1. তলত দিয়াবোৰৰ উত্তৰ কৰাঃ

(a) অমাধ্যম অনুমান কি?

উত্তৰঃ

(b) বচনৰ সকল সমবৰ্তন হয়নে?

উত্তৰঃ

(c) বস্তুগত প্ৰতিবৰ্তন প্ৰকৃত প্ৰতিবৰ্তন হয়নে?

উত্তৰঃ

(d) এটা ন্য়ায়ত কেইটা বচন থাকে?

উত্তৰঃ

(e) ন্য়ায়ৰ সিদ্ধান্ত বিধেয় পদটোৰ নাম কি?

উত্তৰঃ

(f) প্ৰথম সংস্থানৰ দুটা বৈত আকৃতিৰ নাম লিখা।

উত্তৰঃ

(g) এটা ন্য়ায়ত কেইটা পদ থাকে?

উত্তৰঃ

(h) ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম?

উত্তৰঃ

  1. পাৰ্থক্য় দেখুওৱাঃ

(a) অমাধ্যম অনুমান আৰু মাধ্যম অনুমান।

উত্তৰঃ

(b) সৰল সমবৰ্তন আৰু অসৰল সমবৰ্তন।

উত্তৰঃ

  1. উদাহৰণ দিয়াঃ

(a) সৰল সমবৰ্তন

(b) অসৰল সমবৰ্তন

(c) বস্তুগত প্ৰতিবৰ্তন

(d) BARBARA

(e) চতুষ্পদী দোষ

(f) ন্য়ায়

  1. উত্তৰ দিয়াঃ

(a) হেতুপদ কাক বোলে?

উত্তৰঃ যি পদ ন্যায়ৰ দুয়োটা আশ্ৰয়বাক্যতে উপস্থিত থাকে, কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে তা৩কে হেতুপদ বোলে।

(b) সাধ্যপদ কাক বোলে?

উত্তৰঃ সিদ্ধান্তৰ বিধেয় পদক সাধ্যপদ বোলে।

  1. চমুটোকা লিখাঃ

(a) সংস্থান

উত্তৰঃ

(b) ন্য়ায়ৰ মূৰ্তি

উত্তৰঃ

(c) হেতুপদ

উত্তৰঃ

(d) সংযোজক

উত্তৰঃ

(e) বস্তুগত প্ৰতিবৰ্তন

উত্তৰঃ

(f) নিষেধমূলক সমবৰ্তন।

উত্তৰঃ

  1. ৰচনাত্মক প্ৰশ্নঃ

(a) অনুমান কাক বোলে? অনুমানৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ

(b) নিগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্য়বোৰ কি কি?

উত্তৰঃ

(c) আগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্য়বোৰ কি কি?

উত্তৰঃ

(e) নিগমন অনুমান কাক বোলে? ইয়াৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ

(f) অমাধ্যম অনুমান কাক বোলে? মাধ্যম আৰু অমাধ্যম অনুমানৰ পাৰ্থক্য় লিখা।

উত্তৰঃ

(g) সমবৰ্তন কাক বোলে? সমবৰ্তনৰ নিয়মাৱলী কাক বোলে?

উত্তৰঃ

(h) প্ৰতিবৰ্তন কাক বোলে? প্ৰতিবৰ্তনৰ নিয়মাৱলী উল্লেখ কৰা।

উত্তৰঃ

(i) সমবৰ্তন কাক বোলে? উদাহৰণৰ সহায়ত বিভিন্ন প্ৰকাৰবোৰ বুজাই লিখা।

উত্তৰঃ

(j) সৰল সমবৰ্তন কাক বোলে? কি কি ক্ষেত্ৰত A বচনৰ সৰল সমবৰ্তন হয়?

উত্তৰঃ

(k) অমিশ্ৰ নিৰপেক্ষ ন্য়ায় কাক বোলে?

উত্তৰঃ

(l) ন্য়ায় কাক বোলে? ন্য়ায়ৰ গঠন বৰ্ণনা কৰা।

উত্তৰঃ যি মাধ্যম নিগমন অনুমানত সিদ্ধান্তৰ পৰস্পৰ সম্বন্ধযুক্ত দুটা আশ্ৰয় বাক্যৰ সংযুক্ত ফলস্বৰুপে অনিবাৰ্যভাবে নিঃসৃত হয় তাকে ন্যায় বোলে।

(m) হেতুপদ কাক বোলে? নিৰপেক্ষ ন্য়ায়ত হেতুপদৰ ভূমিকা কি?

উত্তৰঃ

(n) ন্য়ায়ৰ সংস্থান বুলিলে কি বুজা? উদাহৰণেৰে সৈতে বিভিন্ন সংস্থানৰ বাখ্যা কৰা।

উত্তৰঃ

  1. নিম্নলিখিত যুক্তিবোৰৰ সত্য়াসত্য় নিৰ্ণয় কৰা।

(i) কিছুসংখ্যক মানুহ হয় পাপী। ঋষিসকল মানুহ, গতিকে ঋষিসকল পাপী।

উত্তৰঃ অসত্য।

(ii) সকলো দুগ্ধজাত খাদ্য় পুষ্টিকৰ আৰু সকলো দুগ্ধজাত খাদ্য়ই সুস্বাদু। গতিকে কিছুমান সুস্বাদু খাদ্য় নিশ্চয় পুষ্টিকৰ।

উত্তৰঃ সত্য।

(iii) এৰিষ্টটল এজন খ্য়াতনামা তৰ্কবিদ। কাৰণ তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনিক।

উত্তৰঃ অসত্য।

(iv) যিহেতু তেওঁ ভাৰতীয়, গতিকে হিন্দু হ’বই। কাৰণ কেৱল ভাৰতীয় সকলেই হিন্দু।

উত্তৰঃ সত্য।

(v) সকলো মানুহ পৰিশ্ৰমী নহয়। কিন্তু ৰমানন্দ পৰিশ্ৰমী, গতিকে তেওঁ মানুহ হ’ব নোৱাৰে।

উত্তৰঃ অসত্য।

(vi) ভগৱানে মানুহ সৃষ্টি কৰিলে, মানুহে পাপ সৃষ্টি কৰে, গতিকে ভগৱানে পাপ সৃষ্টি কৰিলে।

উত্তৰঃ অসত্য

(vii) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘুৰে, গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে।

উত্তৰঃ অসত্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top