📖 Might Learn

AHSEC Class 12 Anthropology Chapter 4 সামাজিক নৃতত্ত্ব পাঠটোৰ উত্তৰ

Chapter 4

সামাজিক নৃতত্ত্ব

অনুশীলনী

  1. পৰিয়ালৰ সংজ্ঞা দিয়া । পৰিয়ালৰ প্ৰকাৰ্যসমূহ আলোচনা কৰা ।

উত্তৰ-

  1. প্ৰাথমিক পৰিয়ালৰ সংজ্ঞা লিখা । জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালৰ গঠন সম্বন্ধে চিত্ৰ সহকাৰে আলোচনা কৰা ।

উত্তৰ:

  1. একান্নৱৰ্তী পৰিয়াল কি ? হিন্দু একান্নৱৰ্তী পৰিয়ালৰ প্ৰকাৰ্যসমূহ আলোচনা কৰা ।

উত্তৰ:

  1. পৰিয়ালৰ সংজ্ঞা দিয়া । ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?

উত্তৰ:

  1. বাসস্থানৰ ভিত্তিত পৰিয়ালৰ প্ৰকাৰ সমূহ আলোচনা কৰা ।

উত্তৰ:

  1. ”পৰিয়াল এটা সাৰ্বজনীন ,সামাজিক গোট” । ব্যাখ্যা কৰা ।

উত্তৰ:

  1. সংযুক্ত পৰিয়াল সুফল আৰু কুফলবোৰ লিখা ।

উত্তৰ-

  1. পাৰ্থক্য দেখুওৱা ঃ

(a) জন্মপৰিয়াল আৰু প্ৰজনন পৰিয়াল।

উত্তৰ:

(b) বহুপত্নীক পৰিয়াল আৰু বহুপতিক পৰিয়াল।

উত্তৰ:

(c) পিতৃস্থানীয় আৱাস আৰু মাতৃস্থানীয় আৱাস।

উত্তৰ:

(d) পিতৃস্থানীয় আৱাস আৰু নৱস্থানীয় আৱাস।

উত্তৰ:

(e) মাতৃ প্ৰাধান্য আৰু পিতৃ প্ৰাধান্য।

উত্তৰ:

9। অতি চমু প্ৰশ্ন আৰু উত্তৰঃ

১। প্ৰথমিক পৰিয়ালৰ আন এটা নাম কি?

উত্তৰঃ

২। কৃষক সমাজত কোন প্ৰকাৰৰ পৰিয়ালৰ প্ৰাধান্য বেছি?

উত্তৰঃ

৩। পিতৃ, মাতৃ আৰু তেওঁলোকৰ অবিবহাহিত সন্তানেৰে গঠিত গোটটিক বুজা যায়।
উত্তৰঃ

৪। মানৱ সমাজৰ ক্ষুদ্ৰতম গোটটি কি?

উত্তৰঃ

৫। একপত্নী-বহুপতিক পৰিয়াল কাৰ মাজত দেখা যায়?

উত্তৰঃ

৬। মিছিংসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ

৭। আপাটানিসকল ক’ত বাস কৰে?

উত্তৰঃ

৮। কোনটো জনগোষ্ঠিয়ে নিজক ‘আছিক্-মান্দে’ (বা পাহাৰী মানুহ) বুলি চিনাকি দিবলৈে ভাল পায়?

উত্তৰঃ

৯। গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি?

উত্তৰঃ

১০। আপটানিসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উপায় কি?

উত্তৰঃ

১১। আও নগা সমাজত ডেকা চাঙৰ নাম কি?

উত্তৰঃ

১২। গাৰোসকলৰ প্ৰধান কৃষি উৎসৱৰ নাম লিখা।

উত্তৰঃ

১৩। গাৰোসকলৰ এটা মুখ্য কৃষিজাত শস্যৰ নাম লিখা।

উত্তৰঃ

১৪। গাৰোসকলৰ জীৱিকা-নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ

১৫। উত্তৰ-পূব ভাৰতৰ এটা খাপ বা বেদিকা খেতিয়ক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ

১৬। উত্তৰ-পূব ভাৰতৰ এটা ঝুম-কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ

১৭। মিছিংসকলৰ এটা প্ৰধান কৃষি উৎসৱৰ নাম লিখা।

উত্তৰঃ

১৮। খাছিসকল গোত্ৰ বহিঃবৈবাহিক নে গোত্ৰ-অন্তঃবৈবাহিক?

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class