Chapter: 5
নৃগোষ্ঠী বৰ্ণনাতত্ত্ব
অনুশীলনী
- গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি ?
উত্তৰঃ
- গাৰোসকলৰ এটা প্ৰধান কৃষি উৎসৱৰ নাম লিখা ।
উত্তৰঃ
- গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি ?
উত্তৰঃ
- মিচিংসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি ?
উত্তৰঃ
- আপটানিসকলে ক’ত বাস কৰে ?
উত্তৰঃ
- মিচিংসকলৰ কৃষি পদ্ধতি আলোচনা কৰা।
উত্তৰঃ
- গাৰোসকলৰ কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
- গাৰোসকলৰ সাজ-পাৰৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ
- আপটানিসকলৰ বুলিয়াং সংগঠন কি?
উত্তৰঃ
- আপটানিসকলৰ সমাজ সংগঠন সম্বন্ধে এটা টোকা লিখা।
উত্তৰঃ
- আওনগাসকলৰ বয়:বস্তু পদ্ধতিৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ
- আওনগাসকলৰ মোৰাং সংগঠন সম্বন্ধে লিখা।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post