Might Learn Logo Might Learn

AHSEC Class 12 Biology Chapter 11 কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী পাঠটোৰ উত্তৰ

Chapter 11

কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী

প্ৰশ্নমালা

  1. কাৰিকৰী জীৱবিজ্ঞানৰ মূল ভিত্তি কি?
  2. জিনীয় অভিযন্ত্ৰণ কাক বোলে?
  3. পুনৰ্গঠিত DNA কাক বোলে?
  4. ৰেছট্ৰিকচন এনজাইমৰ কাম কি? ইয়াৰ কেইটা ধৰণ আৰু এই বিলাকৰ কাম কি কি?
  5. ক্লনিং পৰিবাহক কি? ইয়াৰ কাম কি?

6.পেলিড্রম ক্রম কি? ইয়াৰ এটা উদাহৰণ দিয়া।

  1. EcoR I- য়ে কি বুজায়?
  2. Ligase-ৰ কাম কি?
  3. প্লাজমিড কাক বোলে? কিহত ইয়াৰ ব্যৱহাৰ হয়?
  4. পৰিবাহকক ক্লনিং কৰিবৰ বাবে কি কি চর্ত পূৰণ হ’ব লাগিব?
  5. PCR-য়ে কি বুজায়? ইয়াৰ দ্বাৰা কি কৰা হয়? DNA পুনর্গঠনত ইয়াৰ গুৰুত্ব বর্ণনা কৰা।
  6. বায়’ৰিয়েক্টৰ কাক বোলে? কিহত ইয়াৰ ব্যৱহাৰ হয়?
  7. বিচ্ছেদ কৰা DNA-ৰ অংশ সমূহ কি প্রক্রিয়াৰ দ্বাৰা পৃথক কৰা হয়?
  8. 5′ 3’3’ 5’GATCTACTAGAT-ক দুটা DNA তন্তু হিচাবে সজোৱা।
  9. T-প্লাচমিড় আহৰণ কৰিব পৰা জৈৱ উৎসৰ নাম লিখা। জৈৱ প্রযুক্তি বিদ্যাত ইয়াৰ ব্যৱহাৰ সম্পর্কে উল্লেখ কৰা।
  10. কোষৰ পুনৰ সংগঠন ক্ষমতাই কেনেকৈ উদ্ভিদ প্রজনন আৰু উৎকর্ষ সাধনত সহায় কৰে। জিন ক্লনিঙত জড়িত প্রধান স্তৰসমূহ বর্ণনা কৰা।
  11. এটা বেক্টেৰিয়া কোষৰ পৰা কি দৰে DNA পৰিত ৰূপত পৃথক কৰি সংগ্ৰহ কৰা হয়?
  12. আণৱিক কেঁচি কি? DNA পুনৰগঠন প্রযুক্তি প্রক্রিয়াত সিহঁতৰ ভূমিকা উল্লেখ কৰা।
  13. পোষক দেহত পুনৰগঠিত DNA স্থাপনৰ যিকোনো তিনিটা পদ্ধতি ব্যাখ্যা কৰা।
  14. ‘জেল ইলেক্টফৰেচিছ’ প্রযুক্তিটো কি নীতিৰ ওপৰত আধাৰিত লিখা। জীৱপ্রযুক্তি বিদ্যাত ইয়াৰ দুটি ব্যৱহাৰ উল্লেখ।
  15. ৰিকম্বিনেন্ট ডি, এন. এ. প্রযুক্তিৰ পদ্ধতিটো ব্যাখ্যা কৰা।
  16. PCR প্রযুক্তিটো কি নীতিৰ ওপৰত আধাৰিত লিখা। আণৱিক নিদানত এই প্রযুক্তিটোৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা।

সম্ভাব্য প্ৰশ্নাৱলী

I. এক নম্বৰৰ প্ৰশ্নঃ

(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ

  1. PCR মানে কি?
  2. জীৱকাৰিকৰী বিদ্যা কি?
  3. পুনগৰ্ঠিত DNA কৌশলৰ সংজ্ঞা দিয়া। ইয়াৰ উজু শব্দ কি?
  4. ৰাসায়নিক চুৰি বা আণৱিক কেঁচি কি আৰু ইয়াৰ কি কাম?
  5. বায়’ৰিয়েক্টৰ বিলিলে কি বুজা?
  6. ক্লনিং পৰিবাহক কি?
  7. Ori, EcoRI পদৰ ব্যাখ্যা দিয়া।
  8. ‘জিন’ গান’ মানে কি?
  9. DNA লিগেজ কি?
  10. কাৰ্য্যপ্ৰণালী অনুসৰি এগুনিউক্লিয়েজ আৰু এক্স’নিউক্লিয়েজক কেনেকৈ পৃথক কৰিবা?
  11. সক্ষমকোষ কি?
  12. কোনে প্ৰথমে ৰিকম্বিনেন্ট ডি. এন. এ অণু উলিয়াইছিল?
  13. জিন ক্ল’ন কি?

(B) শূন্যস্থান পূৰণ কৰাঃ

  1. প্ৰত্যেক ৰেষ্ট্ৰিকছন এণ্ড’ নিউক্লিয়েজে DNA-ত এক বিশেষ __ চিনাক্ত কৰে।
  2. পুনগঠিত DNA উদ্ভিদ কোষৰ কোষকেন্দ্ৰত স্থাপন কৰা পদ্ধতিটোক __ কৌশল বোলা হয়।
  3. Ri আৰু Ti প্লাজমিড পোৱা যায় __ ত।
  4. PCR মানে __
  5. __ কবাৰক আণৱিক কেঁচি বোলা হয়।
  6. প্ৰথম চিনাক্ত কৰা এণ্ড’নিউক্লিয়েজ টো হ’ল __
  7. __ য়ে জীৱীত জীৱ কোষ আৰু উৎসেচকৰ বৃহৎ পৰিমাণৰ উৎপাদন আৰু প্ৰৱৰ্দ্ধন সম্পৰ্কে লেন-দেন কৰে।
  8. বৈছিকৈ ব্যৱহাৰ হোৱা বায়ৰিয়েক্টৰ বিলাক __
  9. DNA-ৰ টুকুৰা এটি পোষক বেক্টেৰিয়াৰত প্ৰবিষ্ট কৰা হয় __ ৰ যোগেদি।
  10. জেল ইলেক্ট্ৰফৰে’ছিছ __ ত ব্যৱহাৰ কৰা হয়।
  11. জিনীয় অভিযন্ত্ৰক __ ডি. এন. এ প্ৰযুক্তিবিদ্যা বুলিও জনা যায়।
  12. জৈৱ প্ৰযুক্তি বিদ্যায় সামগ্ৰীসমূহৰ বৃহৎ পৰিমাণৰ উৎপাদন __ ৰ ৱব্যৱহাৰ ওপৰত নিৰ্ভৰশীল।

(C) Select the true and false statement:

  1. বেক্টেৰিয়াই তাৰ নিউক্লিয়ডক ‘মিথাইলেনৰ যোগেদি এণ্ডনিউক্লিয়েজৰ পৰা ৰক্ষা কৰে।
  2. বংশান্তৰিত উদ্ভিদ সৃষ্টি কৰা হয় বহিৰাগত জিন প্রবিষ্ট কৰাই।
  3. ৰেছট্রিকছন উৎসেচকৰ কাম হ’ল DNA ক মূৰৰ ফালৰ পৰা বিচ্ছিন্ন কৰা।
  4. DNA ৰ টুকুৰা বিলাক পলিমাৰেজ উৎসেচকে যোৰা দিয়ে।
  5. বেক্টেৰিয়াই ভাইৰাছৰ DNA, এণ্ডনিউক্লিয়েজৰ দ্বাৰা টুকুৰা কৰি ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰে।
  6. ৰেছট্রিকচন উৎসেচকবোৰ আণবিক চিহ্ন হিচাপেও জনা যায়।
  7. এন্টিবায়টিক প্রতিৰোধী জিন এটি পৰিবাহক, যি সাধাৰণতে পৰিৱৰ্তন হোৱা কোষ নির্বাচন কৰাত সহায় কৰে।
  8. সাধাৰণ বেক্টেৰিয়াৰ ভিতৰত বংশগতি অভিযন্ত্রণত আটাইতকৈ অধিক ব্যৱহাৰ হোৱা বেক্টেৰিয়া হ’ল ইশ্বেৰেছিয়া।
  9. PCR উদ্ভাৱন কৰাৰ বাবে হগোবিন্দ খোৰানাক নোবেল বঁটা দিয়া হৈছিল।
  10. বংশগতি অভিযন্ত্রণ এনে এক কৌশল যাৰ দ্বাৰা ইচ্ছাকৃত ভাবে জিনক সুকৌশলে একে প্রজাতিৰ বা ভিন্ন প্রজাতিৰ মাজত বিনিময় কৰোৱা হয়।
  11. প্লাজমিড় হৈছে বেক্টেৰিয়াৰ ঘূৰণীয়া অতিৰিক্ত ক্রম’জমীয় ডি. এন. এ।
  12. ডি. এন. এ অণু বিদলিত কৰিবলৈ ডি. এন. এ. লাইগেজ ব্যৱহাৰ কৰা হয়।
  13. বেক্টেৰিয়াই ভাইৰাছৰ পৰা সুৰক্ষিত হ’বলৈ এণ্ড’ নিউক্লিয়েজ ভাইৰেল ডি. এন. এ. ৰ টুকুৰা কৰে।

II. ২ নম্বৰৰ চমু প্রশ্নঃ

  1. DNA লাইগেজ কি?
  2. বংশগতি অভিযন্ত্ৰণৰ সংজ্ঞা দিয়া। বংশগতি অভিযন্ত্ৰণৰ আহিলা উল্লেখ কৰা।
  3. ‘জিনগান’ কি? ইয়াৰ কাৰ্য্যপদ্ধতিৰ মূল তত্ত্ব উল্লেখ কৰা।
  4. বংশান্তৰিত উদ্ভিদ বিলাক কি? উদাহৰণ দিয়া।
  5. বেক্টেৰিয়াৰ কোষৰ পৰা বিশুদ্ধ DNA কেনেকৈ উলিয়াই অনা হয়?
  6. পুনর্গঠিত DNA কি? এণ্ড’নিউক্লিয়েজ নামৰ ৰেছট্রিকচন এনজাইমে কেনেকৈ ইয়াৰ সৃষ্টিত সহায় কৰে?
  7. যি জীৱৰ পৰা T, প্লাজমিড সংগ্রহ কৰা হয় সেই জীৱৰ নাম লিখা। জীৱপ্রযুক্তি বিজ্ঞানত ইয়াৰ প্ৰয়োগ সম্পর্কে ব্যাখ্যা কৰা।
  8. যেতিয়া বাহক DNA আৰু অপৰিচিত DNA ৰ খাপখোৱা মূৰ লগ লাগি পুনর্গঠিত DNA গঠন হয়। খাপখুৱা মূৰ কেনেকৈ সৃষ্টি হয় আৰু যোৰা লাগে ব্যাখ্যা কৰা।
  9. নির্বাচনাত্মক মার্কাৰ বিলাক কি? বংশগতি অভিযন্ত্রণত এই বিলাকৰ কি ব্যৱহাৰ হয়?
  10. এগ্রবেত্তেৰিয়ামৰ ৰ দ্বাৰা বংশগতি পৰিৱৰ্তন কৰাক কিয় প্রাকৃতিক বংশগতি অভিযন্ত্রণ বোলা হয়?
  11. সংকোষকেন্দ্রীয় কোষত ৰেষ্ট্রিকছন এণ্ডনিউক্লিয়েজ থাকে নে? যুক্তি দর্শোৱা।
  12. PCR কৰিবৰ সময়ত যদি ‘ডিনেচাৰ কৰা স্তৰ বাদ পৰা যায় তেতিয়া প্ৰক্ৰিয়াটোত কি হ’ব?
  13. চেলুল’জ এনইম কিয় গছৰ জিনীয় সামগ্রীক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু প্রাণীৰ নহয়?
  14. জিন ক্লনিং প্রক্রিয়াত অন্তর্ভুক্ত হোৱা প্রধান স্তৰবোৰ লিখা।
  15. আণৱিক কেচিবোৰ কি? অন্ততঃ দুটা উদাহৰণ দিয়া।

III. ৩ নম্বৰৰ চমু প্রশ্নঃ

  1. এটা জীৱৰ বংশগত ৰূপান্তৰ কৰিবৰ বাবে কি কি পদক্ষেপ লব লাগে লিখা।
  2. বিশেষ ধৰণৰ উৎসেচক কিছুমানৰ নাম লিখা যাৰ সহায়ত বেক্টেৰিয়া সংকোষকেন্দ্রীক উদ্ভিদ আৰু ভেঁকুৰৰ কোষ বিদীর্ণ কৰি DNA আৰু লগত অন্যান্য বৃহৎ অণু মোকলাই অনা হয়।
  3. পার্থক্য লিখা।

(i) প্লাজমিড DNA আৰু ক্ৰম’জমীয় DNA (ii) এক্সনিউক্লিয়েইজ আৰু এণ্ড নিউক্লিয়েইজ পার্থক্য লিখা—

(i) প্লাজমিড DNA আৰু ক্ৰমজমীয় DNA.

(ii) এক্সনিউক্লিয়েজ আৰু এণ্ড নিউক্লিয়েজ।

  1. ৰিকগ্নিচন ক্রম মানে কি বুজা? EcoRI ৰ ৰিকগ্নিচন ক্ৰম আৰু ই ক’ত DNA ক বিচ্ছেদ কৰে লিখা।
  2. জীৱকাৰিকৰী বিজ্ঞানত ভটিয়নী পদ্ধতি কি?
  3. জিন ক্লনিঙৰ লগত জড়িত মুখ্য পদক্ষেপ কি কি লিখা।
  4. A অংশৰ লগত B অংশ মিলোৱা।

স্তম্ভ A স্তম্ভ B
(i) বংশগতি অভিযন্ত্ৰণ(ii) ষ্টিকি এনড(iii) ইলেকট্ৰপৰচন(iv) বাহক DNA(v) rDNA(vi) বায়ৰিয়েক্টৰ (a) পৰিবাহক + ইনছাৰট(b) ৰেষ্ট্ৰিকচন এণ্ড’নিউক্লিয়েজ(c) বেছিকৈ উৎপাদন(d) বাহক শূন্য জিন বদল(e) DNA পুনৰ্গঠন কৌশল(f) ক্লনিং কৰা বাহক

  1. পুনৰ্গঠিত DNA ৰ বাবে দুটা ভিন্ন DNA ৰ লপ্ৰয়োজন— যুক্তি যুক্ততা লিখা।
  2. ‘জেল’ ইলেকট্ৰফৰে’ছিছৰ তত্ত্ব উল্লেখ কৰা আৰু জীৱকাৰিকৰী বিজ্ঞানত ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
  3. ভিন্ন জাতিৰ বা পুনৰ্গঠিত DNA ৰ পোষক দেহত স্থাপন কৰাৰ বাবে যিকোনো তিনি ধৰণৰ পন্থা সম্পৰ্কে আলোচনা কৰা।
  4. জৈৱ প্ৰযুক্তিবিদ্যা কি? ইয়াৰ মূলনীতি আলোচনা কৰা।
  5. PCR শব্দটো বিস্তাৰকৈ লিখা। PCR ৰ মূলনীতি লিখা।
  6. যি প্রক্রিয়াৰ সহায়ত এটা বেক্টেৰিয়া কোষ ৰিকম্বিনেন্ট ডি. এন. এ. প্রযুক্তিৰে সক্ষম’ কৰি তুলিব পাৰি সেই পদ্ধতিটো বর্ণনা কৰা।

IV. ৫ নম্বৰৰ দীঘল প্রশ্নঃ

  1. EcoRI বহিৰাগত DNA ক ছেদ কৰি পুনর্গঠিত DNA সৃষ্টি কৰিবলৈ EcoRI ব্যৱহাৰ কৰা হয়। এটি নক্সাৰ সহায়ত দেখুউৱা।
  2. পলিমাৰেজ চেইন ৰিয়েকচ কি আৰু কেনেকৈ ইয়াক জিনৰ সংখ্যা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়?
  3. আণৱিক কেঁচি কি? DNA পুনর্গঠন কৌশলত এইবিলাকৰ ভূমিকা ব্যাখ্যা কৰা।
  4. বাণিজ্যিক ব্যৱহাৰৰ বাবে আৱশ্যকীয় জিনযুক্ত যি কোনো পুনর্গঠিত DNA ৰ মিলিয়ন সংখ্যক প্রতিলিপিৰ দৰকাৰ হয়। কেনেকৈ ইয়াৰ বর্ধন কৰা হয়? ব্যাখ্যা কৰা।
  5. বংশগতি অভিযন্ত্ৰণৰ ধাৰণা কেনেকৈ বিকাশ ঘটিল আলোচনা কৰা।
  6. কম্বিনেন্ট ডি. এন. এ প্রযুক্তি কি? ৰিকম্বিনেন্ট ডি. এন. এ প্রযুক্তি পদ্ধতিৰ চমুকৈ আলোচনা কৰা।
  7. বায়ৰিয়েক্টৰ কি? এটা আলোড়নকাৰী ঘোটনীযুক্ত বায়’ৰিয়ক্টেৰৰ চিহ্নিত চিত্র আঁকি তাৰ কার্য বর্ণনা কৰা।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects