Chapter 21
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
(ক) এটা শব্দ বাক্যত উত্তৰ দিয়া ( প্রতিটো প্ৰশ্নৰ মূল্যাংক -১ )।
১। ভাৰতৰ পথতন্ত্ৰটোৰ ওপৰত দেশৰ শতাংশ যাত্রী আৰু শতাংশ সামগ্রী সৰবৰাহ সম্পন্ন হয়। ( খালী ঠাই পূৰণ কৰা)
২। পূর্ব – পশ্চিম সংযােজন প্রকল্পৰ অধীনত প্রস্তৱিত ৰাষ্ট্ৰীয় পথটো ক’ৰ পৰা ক’লৈ কি কি ঠাইৰ মাজেৰে নির্মাণ কৰা হ’ব।
উত্তৰঃ-
৩। ভাৰতীয় ৰে’লপথৰ অধীনত ৮ / ৯ / ১৬ / ১৭ টা ৰে’ল মণ্ডল আছে।
উত্তৰঃ-
৪।ইলাহাবাদ / জবলপুৰ / কানপুৰ / গােৰখপুৰত উত্তৰ মধ্য ৰে’ল মণ্ডলৰ সদৰ কার্যালয় অৱস্থিত।
উত্তৰঃ-
৫। ভাৰতৰ দীর্ঘতম নলিকা পথটোৱে কিমান দূৰত্বৰ কি কি ঠাই দুখন সংযােগ কৰিছে?
উত্তৰঃ-
৬। ভাৰতত আভ্যন্তৰীণ জল পৰিবহনৰ জনপ্রিয়তা কমি অহাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-
৭। ভাৰতত সৰ্বমুঠ নাব্য জলপথৰ দৈর্ঘ্য কিমান?
উত্তৰঃ-
৮। কেৰল প্ৰদেশৰ অন্তৰ্গমসমূহৰ বৈশিষ্ট্য কি?
উত্তৰঃ-
৯। দূৰদৰ্শন -১ অথবা DD – I সম্প্রচাৰণ কার্যক্রমৰ লগত জড়িত উপগ্ৰহটোৰ নাম কি?
উত্তৰঃ-
১০। ভাৰতৰ প্ৰথমটো দূৰ – সংবেদন উপগ্রহ কেতিয়া ক’ৰ পৰা নিক্ষেপ কৰা হৈছিল?
উত্তৰঃ-
১১। ভাৰতৰ ৰপ্তানি দ্ৰব্যৰ বৃহত্তম অংশটো কৃষিজাত / ঔদ্যোগিক / আকৰিক ধাতু / পেট্রলজাত সামগ্ৰীৰে গঠিত ।
উত্তৰঃ-
১২। ভাৰতৰ বৈদেশিক বাণিজ্যত ঘাটি বৃদ্ধি পাই অহাৰ প্ৰধান কাৰণঃ
(ক) খাদ্য – শস্য আমদানি (খ) কেঁচামালৰ ৰপ্তানি হ্রাস।
(গ) খনিজ তেলৰ অবাধ আমদানি (ঘ) অন্য বেলেগ কাৰণ
উত্তৰঃ
১৩। কোনখন ৰাষ্ট্রৰ লগত ভাৰতৰ বৈদেশিক লেনদেনৰ পৰিমাণ আটাইতকৈ বেছি?
উত্তৰঃ-
১৪। মার্মাগাও বন্দৰ অৱস্থানত প্রাচীনকালৰ কোনটো বন্দৰ অৱস্থিত আছিল?
উত্তৰঃ-
১৫। অভিমুখী ৰে’লপথটোৱে মাংগালােৰ বৰক পশ্চাৎমিৰ লগত সংযােগ কৰিছে । ( খালী ঠাই * পূৰণ কৰা )
১৬। ভাৰতৰ দক্ষিণ সীমান্তত অৱস্থিত বৃহৎ বন্দৰটো কি?
উত্তৰঃ-
১৭। স্থলাবয়ৱৰ মাজত অৱস্থিত ভাৰতৰ সুবৃহৎ পােটাশ্রয় বন্দৰটো কি?
উত্তৰঃ-
১৮। ভাৰতৰ কোনটো বন্দৰলৈ অতিকায় সামুদ্রিক জাহাজ অবাধে ওলােৱা – সােমােৱা কৰিব পাৰে?
উত্তৰঃ-
১৯। কলিকাতা বন্দৰৰ উপগ্রহ বন্দৰটো কি?
উত্তৰঃ-
২০। নেত্ৰাৱতী নদীৰ মােহনাত অৱস্থিত বন্দৰটোৰ নাম কি?
উত্তৰঃ-
(খ) তলৰ প্ৰশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )
১। ভাৰতৰ পথ পৰিবহন খণ্ডটোত ৰাষ্ট্ৰীয় পথসমূহৰ গুৰুত্ব পর্যালােচনা কৰা।
উত্তৰঃ-
২। ইউনিগজ প্রগ্রেম কি? এই আঁচনিৰ তাৎপর্য দাঙি ধৰা।
উত্তৰঃ-
৩। ভাৰতত ৰেল পৰিবহনৰ প্ৰাসংগিকতাৰ ওপৰত আলােকপাত কৰা।
উত্তৰঃ-
৪। কোংকণ ৰেলপথৰ বেশিষ্ট্যসমূহৰ এটি আভাস দিয়া।
উত্তৰঃ-
৫। ভাৰতত খনিজ তেল আৰু প্রাকৃতিক গেছ সৰবৰাহৰ উদ্দেশ্যে নলিকা পথসমূহৰ সুবিধা – অসুবিধাবােৰ উল্লেখ কৰা।
উত্তৰঃ-
৬। ভাৰতৰ পৰিবহন প্রণালীত বন্দৰসমূহৰ গুৰুত্ব উপস্থাপন কৰা।
উত্তৰঃ-
৭। ভাৰতত কি কি শ্ৰেণীৰ কেইটা বিমান বন্দৰ আছে?
উত্তৰঃ-
৮। ভাৰতৰ পৰিবহন প্রণালীত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান সেৱাৰ অৱদান সম্পর্কে চমু আভাস দিয়া।
উত্তৰঃ-
৯। উপযুক্ত উদাহৰণৰ সহায়ত ব্যক্তিগত আৰু সমূহীয়া যােগাযােগ প্রণালীৰ প্রভেদ দাঙি ধৰা।
উত্তৰঃ-
১০। আধুনিক যােগাযােগ প্রণালীত ইণ্টাৰনেটৰ সুবিধাসমূহ থােৰতে উল্লেখ কৰা।
উত্তৰঃ-
১১। ভাৰতত অনার্তাৰ যােগাযােগ ব্যৱস্থাৰ এটি চমু ইতিবৃত্ত যুগুত কৰা।
উত্তৰঃ-
১২। যােৱা দশকত ভাৰতৰ শিল্পজাত দ্রব্য ৰপ্তানিৰ এটি আভাস দিয়া।
উত্তৰঃ-
১৩। সত্তৰৰ দশকৰ পৰা ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পাই অহাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-
১৪। বিশ্ব বাণিজ্যত নিজৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে কেনেধৰণৰ পদক্ষেপ লৈছে?
উত্তৰঃ-
১৫। বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বােলা হয় কিয়?
উত্তৰঃ-
১৬। ভাৰতৰ অধিকাংশ বন্দৰ আৰু পােটাশ্রয় পশ্চিম উপকূলত অৱস্থিত কিয়?
উত্তৰঃ-
১৭। ভাৰতৰ বৃহৎ বন্দৰ মানে কোনবােৰ বৰক বুজায়?
উত্তৰঃ-
১৮। ‘কাণ্ডালা বন্দৰৰ সুনির্দিষ্ট পশ্চাৎভূমি নাই।’ উক্তিটোৰ তাৎপর্য বিচাৰ কৰা।
উত্তৰঃ-
১৯। মুম্বাই বন্দৰৰ বাণিজ্যিক গুৰুত্ব বিচাৰ কৰা।
উত্তৰঃ-
২০। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দৃষ্টিকোণেৰে বিশাখাপট্টনম বন্দৰৰ গুৰুত্ব পর্যালােচনা কৰা।
উত্তৰঃ-
( গ ) কম বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ )
১। ভাৰতত প্ৰকাৰ্যৰত যাতায়াত প্রধান মাধ্যমসমূহ কি কি? যিকোনাে এটা মাধ্যমৰ যাতায়াত সম্পন্ন প্রতিৰূপ উপস্থাপন কৰা।
উত্তৰঃ-
২। ভাৰতৰ পৰিবহন প্রণালীত পথ পৰিবহনৰ জনপ্ৰিয়তাৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।
উত্তৰঃ-
৩। ভাৰতৰ ভৌগােলিক পৰিৱেশত ৰে’ল পৰিবহনৰ প্ৰাসংগিকতা সম্পর্কে এটি আলােচনা যুগুত ।
উত্তৰঃ-
৪। ভাৰতে নিক্ষেপণ কৰা উপগ্রহসমূহৰ প্রধান শ্রেণী দুটা কি কি? এই দুয়ােশ্রেণীৰ উপগ্রহৰ লগ আৰু যােগাযােগ মাধ্যমসমূহৰ সম্পর্ক কেনেকুৱা?
উত্তৰঃ-
৫। ভাৰতৰ প্ৰধান ৰপ্তানি দ্রব্যসমূহৰ এখন তালিকা প্রস্তুত কৰি এনেবােৰ দ্ৰব্যৰ ৰপ্তানিৰ শেহতীয়া গতিধাৰা? পর্যালােচনা কৰা।
উত্তৰঃ-
৬। ভাৰতৰ আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ গতিধাৰা সম্পর্কে এটি বৃত্তান্ত যুগুত কৰা।
উত্তৰঃ-
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post