Chapter 22
নিৰ্বাচিত সমস্যা আৰু প্ৰচলনঃ ভৌগোলিক দৃষ্টিপাত
(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্ৰতিটো প্রশ্নৰ মূল্যাংক -১ )
১। মানৱসৃষ্ট প্ৰদূষকৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ
২। অ – জৈৱপ্রশমিত প্ৰদূষকৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ-
৩। আক্রমণস্থলীৰ ভৌতিক লক্ষণৰ আধাৰত প্ৰদূষণৰ শ্ৰেণী তিনিটাৰ নাম লিখা।
উত্তৰঃ-
৪। অম্লবৃষ্টি কাক বােলে?
উত্তৰঃ-
৫। কি কি মৌলৰ সংযােগত CFC গেছৰ উৎপত্তি হয়?
উত্তৰঃ-
৬। ছালফাৰ ডাই-অক্সাইড গেছ কেনেকৈ বায়ুমণ্ডলত সংযােগ ঘটে?
উত্তৰঃ-
৭। আৰু চহৰ দুখনৰ মাজত যমুনা নদীখণ্ডটো ভাৰতৰ সর্বাধিক প্ৰদূষিত জলধাৰাৰূপে চিহ্নিত হৈছে। (খালী ঠাই পূৰণ কৰা)
৮। জল প্ৰদূষণৰ ফলত শ্বাসৰােগ পৌষ্টিক তন্দ্ৰৰ ৰােগ / স্নায়ুতন্ত্রৰ ৰােগ হাড়ৰ বেমাৰ সৃষ্টি হয়।
উত্তৰঃ-
৯। জল প্ৰদূষণ বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ / উষ্ণতা প্রদূষণৰ ফলত অম্লবৃষ্টি হয়।
উত্তৰঃ-
১০। বায়ুমণ্ডলৰ গােটা আৰু গেছীয় প্ৰদূষকবােৰক কি কি নামেৰে জনা যায়?
উত্তৰঃ-
১১। ভাৰতত ক্ষাৰকৰণ আৰু লৱণীকৰণত ক্ষতিগ্রস্ত এলেকা এটাৰ নাম লিখা।
উত্তৰঃ-
১২। ভূমি অৱক্ৰমণৰ ফলত কৃষি কাৰ্যৰ অনুপযােগী হৈ পৰা মাটি-শ্ৰেণীটোৰ নাম কি?
উত্তৰঃ-
১৩। ভাৰতত ভূমি অৱক্ৰমণৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-
১৪। খালৰ দ্বাৰা জলসিঞ্চনৰ ফলত লৱণীকৰণ / জলমগ্নতা / মাৰুকৰণ সমস্যা উদ্ভৱ নহয়।
উত্তৰঃ
১৫। গ্ৰামাঞ্চলৰ পৰা চহৰমুখী প্ৰবজন মাত্ৰেই প্ৰধানকৈ কৰ্মক্ষম
শ্ৰেণীৰ প্ৰব্ৰজন। ( খালী ঠাই পূৰ কৰা )
(খ) তলৰ প্রশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )
১। প্ৰদূষণ কাক বােলে? কি কি কাৰণত বায়ু, পানী আৰু মাটি প্ৰদূষিত হয়?
উত্তৰঃ-
২। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজৰ প্রভেদ উদাহৰণৰ সহায়ত দাঙি ধৰা।
উত্তৰঃ-
৩। জৈৱ-প্রশমিত আৰু অজৈৱপ্রশমিত প্ৰদূষকৰ মাজৰ পার্থক্য প্রদর্শন কৰা।
উত্তৰঃ-
৪। কৃষিকাৰ্য আৰু গৃহস্থালি উৎসৰ পৰা কেনেদৰে মাটি প্ৰদূষিত হয়?
উত্তৰঃ-
৫। মাটি প্ৰদূষণৰ পৰিণতি চমুকৈ উপস্থাপন কৰা।
উত্তৰঃ-
৬। উদ্যোগ, কৃষিকেন্দ্ৰ আৰু খনি উৎসৰ পৰা কেনেদৰে জল প্রদূষণ ঘটে?
উত্তৰঃ-
৭। সাগৰৰ পানী কি কি উৎসৰ পৰা কেনেকৈ প্ৰদূষিত হয়?
উত্তৰঃ-
৮। বায়ু প্ৰদূষণৰ উৎসসমূহ কি কি?
উত্তৰঃ-
৯। অণু-প্রদূষকসমূহে পৃথিৱীৰ তাপ-প্রতিমান কেনেদৰে আক্রান্ত কৰে?
উত্তৰঃ-
১০। শব্দ প্ৰদূষণৰ উৎসসমূহ কি কি? এই প্ৰদূষণৰ ক্ষেত্রীয় বিস্তৃতি কেনেকুৱা?
উত্তৰঃ-
১১। চহৰতলীত অত্যধিক পৰিমাণৰ আবর্জনা গােট খায় কিয়?
উত্তৰঃ-
১২। চহৰৰ অপদ্রব্যসমূহৰ প্রধান উৎস কি কি?
উত্তৰঃ-
১৩। চহৰৰ অপদ্রব্যই কেনেকৈ জল প্রদূষণ বৃদ্ধি কৰে?
উত্তৰঃ-
১৪। গাঁৱৰ পৰা চহৰমুখী প্রব্রজক শ্রেণীটোৰ বৃহৎ চহৰসমূহ লক্ষ্য স্থল হয় কিয়?
উত্তৰঃ-
১৫। ভাৰতৰ চহৰসমূহত গঢ় লােৱা বস্তি এলেকাৰ জীৱন যাত্ৰাৰ আভাস দিয়া।
উত্তৰঃ-
১৬। ভূমি অৱক্রমণ কাক বােলে? ইয়াৰ কাৰণসমূহ বাছি উলিওৱা।
উত্তৰঃ-
(গ) কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ )
১। জল প্ৰদূষণৰ উৎস, প্রদূষণ প্রক্রিয়া আৰু কুফলসমূহৰ চমু বর্ণনা দিয়া।
উত্তৰঃ-
২। বায়ুমণ্ডলৰ প্রধান প্ৰদূষকবােৰ কি কি? বায়ু প্ৰদূষণৰ ফলত উদ্ভৱ হােৱা প্রধান গােলকীয় সমস্যাটোৰ এটা বিৱৰণ দিয়া।
উত্তৰঃ-
৩। ভাৰতৰ চহৰসমূহত আৱৰ্জনাৰ সমস্যাটো উপস্থাপন কৰি সমাধানৰ দুটিমান পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ-
৪। ভাৰতত গ্রামাঞ্চলৰ পৰা চহৰমুখী প্রব্রজনৰ আর্থ-সামাজিক সুফল আৰু কুফলসমূহ থােৰতে উপস্থাপন কৰা।
উত্তৰঃ-
৫। ধড়াবীবস্তি এলেকাটোৰ অতীত, সাম্প্রতিক দৃশ্যপট আৰু এলেকাটোত উৎপাদিত আটকধুনীয়া দ্রব্যসমূহৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ-
৬। ৰাষ্ট্ৰীয় দূসংবেদন অভিকৰণে ভাৰতৰনষ্টপ্রায় ভূমিসমূহক কি কি শ্ৰেণীত বিভক্ত কৰিছে?
উত্তৰঃ-
৭। ভূমি অৱক্রমণ প্রতিৰােধৰ অৰ্থে গােটাচেৰেক পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ-
৮। মধ্যপ্রদেশৰ ঝাবুৱা জিলাত জলচ্ছেদ উন্নয়ন আঁচনিৰ সহায়ত ভূমি অৱক্রমণ প্রতিৰােধৰ এটি প্রতিবেদন যুগুত কৰা।
উত্তৰঃ-
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post