Chapter 25
অসমৰ জনগাঁথনি
(১) ২০০১ চনৰ জনসংখ্যা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ
(২) ২০০১ চনত ভাৰতৰ জনসংখ্যা আছিল ?
উত্তৰঃ
(৩) অসমৰ সৰ্বমুঠ কিমানখন গাওঁ আৰু কিমানটা পৌৰ এলেকা আছে ?
উত্তৰঃ
(৪) অসমৰ সকলো জিলাৰ ভিতৰত সৰ্বাধিক নিৰীখৰ লিংগানুপাত কোন জিলাত পোৱা যায় ?
উত্তৰঃ
(৫) অসমৰ কিমান শতাংশ জনসংখ্যা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ?
উত্তৰঃ
(৬) অসমত কিমানটা অনুসূচিত জন-সম্প্ৰদায় পোৱা যায়?
উত্তৰঃ
(৭) অসমৰ কোন কোন জিলাত তুলনাত কোন কোন জিলাত অনুসূচিত জাতিৰ অধিবাসীৰ সংখ্যা কম ?
উত্তৰঃ
(৮) ২০০১ চনৰ জনগণনা অনুসৰি অসমত হিন্দু মুঠ জনসংখ্যা কিমান শতাংশ ?
উত্তৰঃ
(৯) ২০০১ চনৰ জনগণনা অনুসৰি অসমত সৰ্বমুঠ কৰ্মজীৱীৰ সংখ্যা কিমান আছিল ?
উত্তৰঃ
(১০) কৰ্মজীৱী লোকৰ সংখ্যা কিমান ?
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post