AHSEC Class 12 History Chapter 1 ইটা, মণি আৰু হাড়বোৰ পাঠটোৰ উত্তৰ

ইটা, মণি আৰু হাড়বোৰ

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখা।

১. হৰপ্পীয় নগৰসমূহৰ খাদ্যসম্ভাৰৰ এখন তালিকা প্রস্তুত কৰা। এইবােৰ ৰচদ যােগান দিয়া দলসমূহক চিনাক্ত কৰা।

উত্তৰঃ-

২. পুৰাতত্ত্ববিদসকলে কিদৰে হৰপ্পীয় সমাজৰ আর্থ-সামাজিক বৈষম্যবােৰ বিচাৰি উলিয়াইছিল? এইক্ষেত্ৰত তেওঁলােকে কি কি বৈষম্য লক্ষ্য কৰিছিল?

উত্তৰঃ-

৩. হৰপ্পীয় নগৰসমূহৰ প্ৰৰ্যঃপ্রণালীত নগৰ পৰিকল্পনাৰ আভাস আছিল বােলা মতামতটো তুমি সমর্থন কৰানে? এইক্ষেত্ৰত তােমাৰ উত্তৰ যথার্থতা প্রমাণ কৰা।

উত্তৰঃ-

৪. হপ্পীয় সভ্যতাত মণি তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সামগ্ৰীৰ তালিকা প্রস্তুত কৰা। ইয়াৰ যিকোনাে এবিধ মণি প্রস্তুতকৰণৰ বৰ্ণনা দিয়া।

উত্তৰঃ-

৫. ১.৩০ নম্বৰ নক্সাখনত কি কি দেখিছা বর্ণনা কৰা। মৃতদেহটো কিদৰে থােৱা হৈছে? ইয়াৰ কাষত কি কি সামগ্রী থােৱা হৈছে? মৃতদেহটোত হস্তনির্মিত বস্তু আছেনে? এইবােৰে কঙ্কলটোৰ লিঙ্গ সম্বন্ধে কিবা ইঙ্গিত দিছেনে?

উত্তৰঃ-

তলত দিয়া প্রতি এত প্রায় ৫০০ শকািয় এখন বচন

৬ . মহেনজোদাৰােৰ কিছুমান স্বতন্ত্র চাৰিত্রিক বৈশিষ্ট্য বর্ণনা কৰা।

উত্তৰঃ-

৭. হপ্পীয় সভ্যতাত হস্তশিল্প উৎপাদনৰ বাবে আৱশ্যক কেঁচা সামগ্ৰীৰ তালিকা প্রস্তুত কৰা আৰু এইবােৰ কেনেকৈ যােগাৰ কৰা হৈছিল সেই বিষয়ে এটি অনুধাৱনমূলক আলােচনা আগবঢ়োৱা।

উত্তৰঃ-

৮.পুৰাতত্ত্ববিদসকলে কিদৰে অতীতক পুণৰ নিৰ্মাণ কৰিছিল আলােচনা কৰা।

উত্তৰঃ-

৯. হৰপ্পীয় সমাজত ৰজাসকলেনাে কিধৰণৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল, সেই বিষয়ে এটা আলােচনা আগবঢ়োৱা।

উত্তৰঃ-

মানচিত্ৰ কাম

১০. মানচিত্রৰ ১ ৰ যিবােৰ ঠাইত কৃষি কাৰ্যৰ প্ৰমাণ পােৱা গৈছে এডাল পেঞ্চিলেৰে সেই স্থানত বৃত্ত আঁকি চিহ্ন দিয়া যিবিলাক ঠাইত হস্তনির্মিত উৎপাদনৰ প্রমাণ আছে সেইবােৰত X আৰু কেঁচা সামগ্রী দৃশ্যমান স্থানসমূহত R চিহ্ন দিয়া।

উত্তৰঃ-

যিকোনো এই প্রকল্প প্রস্তুত কৰা।

১১. তুমি থকা চহৰখনত কোনাে যাদুঘৰ আছে নে নাই বিচাৰি উলিওৱা। ইয়াৰে এটালৈ গৈ যিকোনাে দহটা বস্তু কিমান প্রাচীন, ক’ত পােৱা গৈছে আৰু সেইবােৰ কি কাৰণে প্রদর্শন কৰা উচিত বুলি তুমি ভাবা বর্ণনা কৰি তােমাৰ অভিমত দাঙি ধৰা।

উত্তৰঃ-

১২. বর্তমান কালৰ শিল, ধাতু আৰু বােকামাটিৰ দ্বাৰা প্রস্তুত আৰু ব্যৱহৃত দহটা সামগ্রী সংগ্রহ কৰি সেইবােৰ এই অধ্যায়ৰ হৰপ্পীয় সভ্যতাৰ চিত্রসমূহৰ সৈতে ৰিজাই চাই ইয়াৰ যিবােৰ সাদৃশ্য আৰু বৈসাদৃশ্য চকুত পৰে, আলােচনা কৰা।

উত্তৰঃ-