আগমনৰ ভিত্তি
অনুশীলনী
১। খালী ঠাই পূৰণ কৰাঃ
(ক) আগমনৰ ভিত্তি প্ৰকাৰৰ।
(খ) প্ৰকৃতিৰ একৰূপতা বিধি আগমন অনুমানৰ ভিত্তি।
(গ) প্ৰকৃতিয়ে একে আচৰন কৰে।
(ঘ) প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে মিলে কৰা পৰস্পৰবিৰোধী উক্তিত উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম ।
(ঙ) আগমনৰ বিৰোধাভাসৰ অৰ্থ আগমনৰ ভিত্তিয়েই আগমনৰ বোলা কথাষাৰ মিলৰ উক্তিটোত নিহিত আছে ।
২। চমু উত্তৰ দিয়া ।
(ক) আগমনৰ অনুমানৰ আকাৰগত ভিত্তি কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ
(খ) প্ৰকৃতিৰ একৰূপতা বিধিক আগমনৰ অনুমানৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয় ?
উত্তৰঃ
(গ) আগমনৰ বিৰোধাভাস বুলিলে কি বুজা ?
উত্তৰঃ
৩। পাৰ্থক্য নিৰ্ণয় কৰাঃ
(ক) আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি ।
উত্তৰঃ
(খ) প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য – কাৰণ বিধি ।
উত্তৰঃ
৪। চমুটোকা লিখাঃ
(ক) আগমনৰ বিৰোধাভাস
উত্তৰঃ
(খ) আগমনৰ আকাৰগত ভিত্তি ।
উত্তৰঃ
(গ) প্ৰকৃতিৰ একৰূপতা বিধি।
উত্তৰঃ
৫। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি বিশ্ব প্ৰকৃতিৰ স্বৰূপ ব্যাখ্যা কৰা।
উত্তৰঃ
৬। প্ৰকৃতিৰ বিৰোধীভাস সম্পৰ্কে কি জানা লিখা। মিলৰ এই সম্পৰ্কীয় মত গ্ৰহণ কৰিব পাৰিনে?
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post