Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 12 Logic & Philosophy Chapter 2 কাৰ্য- কাৰণ বিধি (Part 2) পাঠটোৰ উত্তৰ

Chapter: 2 (II)

কাৰ্য- কাৰণ বিধি

অনুশীলনী

১। খালী ঠাই পূৰণ কৰাঃ

(ক) কাৰ্যকাৰণ বিধি আগমন অনুমানৰ ————– ভিত্তি ।

(খ) কোনো ঘটনাৰ যি কোনো পূৰ্ববতী ঘটনাকেই কাৰণ বুলি অভিহিত কৰিলে————- দোষ ঘটে ।

(গ) নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ————- ধাৰণা ।

(ঘ) ————- ৰ মতে ”কাৰণ সমৰ্থক বা অনুকূল আৰু নঞৰ্থক বা প্ৰতিকূল উপকাৰণৰ সমষ্টি” ।

(ঙ) কাৰণ কাৰ্যৰ———— পূৰ্ববৰ্তী ঘটনা ।

২। চমু উত্তৰ দিয়াঃ

(ক) এৰিষ্টট’লৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ

(খ) পৰ্যাপ্ত উপকাৰণ বুলিলে কি বুজা ?

উত্তৰঃ

(গ) অনিবাৰ্য উপকাৰণ বুলিলে কি বুজা ?

উত্তৰঃ

(ঘ) ”কাৰণ অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি”

–উক্তিটোৰ লগত জড়িত তৰ্কবিগদগৰাকীৰ নাম কি ?

উত্তৰঃ

৩। পাৰ্থক্য নিৰ্ণয় কৰাঃ

(ক) কাৰণ আৰু উপকাৰণ

উত্তৰঃ

(খ) নানাকাৰণবাদ আৰু কাৰণ সমন্বয়

উত্তৰঃ

৪। চমুটোকা লিখাঃ

(ক) নানাকাৰণবাদ

উত্তৰঃ

(খ) কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণ

উত্তৰঃ

(গ) অনুকূল আৰু প্ৰতিকূল উপকাৰণ

উত্তৰঃ

৫। কাৰণ সংজ্ঞা দিয়া । কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ

৬। কাৰণৰ পাচঁটা গুণগত লক্ষণ উল্লেখ কৰা ।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects