AHSEC Class 12 Political Science Chapter 8 আঞ্চলিক প্ৰত্যাশা পাঠটোৰ উত্তৰ

আঞ্চলিক প্ৰত্যাশা

Regional Aspirations

প্ৰশ্নাৱলি

১। তলত দিয়া বোৰ মিলেৱা ঃ

আঞ্চলিক আকাংক্ষাৰ প্ৰকৃতি ৰাজ্য
(ক) সামাজিক ধৰ্মীয় পৰিচয় ৰাজ্য চলোৱাৰ বাবে (i) নাগালেণ্ড/মিজোৰাম
(খ) ভাষিক পৰিচয় আৰু কেন্দ্ৰৰ লগত উত্তেজনা (ii) ঝাৰখণ্ড/চত্তীশগড়
(গ) আঞ্চলিক অসমতাৰ বাবে ৰাজ্যৰ দাবী (iii) পাজ্ঞাব
(ঘ) জনজাতি পৰিচয় বাবে পৃথকতাৰ দাবী (iv) তামিলনাডু
২ । পঞ্জাৱ চুক্তিৰ প্রধান ব্যৱস্থাসমূহ কি আছিল ? পঞ্জাৱ আৰু ওচৰ-চুবুৰীয়া ৰাজ্যবােৰৰ মাজত উত্তেজনাৰ ভিত্তি কি ?

উত্তৰঃ

৩। “আনন্দপুৰ চাহেব প্রস্তাৱ” কিয় বিতর্কমূলক হৈছিল ?

উত্তৰঃ

৪। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবােৰে কেনেদৰে বিভিন্ন আঞ্চলিক আকাংখ্যাৰ সৃষ্টি কৰিছে বর্ণনা কৰা ।

উত্তৰঃ

৫। কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্রতাৰ বিভিন্ন বিষয়সমূহ কি ? ইয়াৰ কোনবােৰ ন্যায়সংগত ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ।

উত্তৰঃ

৬। “অসম আন্দোলন” আছিল সাংস্কৃতিক গৌৰৱ আৰু অর্থনৈতিক অনগ্ৰসৰতাৰ সংযুক্তি-ব্যাখ্যা কৰা।

উত্তৰঃ

৭। সকলােবিলাক আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়। উদাহৰণ দি বুজাই লিখা ।

উত্তৰঃ

৮। ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদর্শস্বৰূপ।তুমি মানি লােৱানে ? কাৰণ দর্শোৱা ।

উত্তৰঃ

আৰ্হি প্রশ্নাবলী

ৰচনাধর্মী প্রশ্ন :

১ । ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ

২। ভাৰতত আঞ্চলিকতাবাদ বিকাশৰ কাৰণবােৰ কি কি ?

উত্তৰঃ

৩।ভাৰতৰ-ৰাজনীতিত আঞ্চলিকতাবাদৰ ভূমিকা আলােচনা কৰা ।

উত্তৰঃ

৪। উত্তৰ – পূৱ ভাৰতত আঞ্চলিক আন্দোলনৰ আলােচনা কৰা । এই অঞ্চলটোত এনে আন্দোলনৰ জন্ম হােৱাৰ কাৰণসমূহ কি ?

উত্তৰঃ

৫। নেচনেল কনফাৰেন্সৰ আদৰ্শ আৰু নির্বাচনী কৃতকার্যতা আলােচনা কৰা।

উত্তৰঃ

৬।উত্তৰ পূৱ ভাৰতৰত বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৭। ডি.এম.কে.ৰ নীতি আৰু আঁচনি আলােচনা কৰা ।

উত্তৰঃ

৮। “ অসম গণ-পৰিষদ ”-ৰ নীতি আৰু আঁচনি সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ

৯। কাশ্মীৰ সমস্যা সম্পর্কে বিশদভাৱে আলােচনা কৰা ।

উত্তৰঃ

চমুটোকা ঃ

১। অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে আঞ্চলিকতাবাদে কৰা প্রয়াস ।

উত্তৰঃ

২।ভাৰতত আজি পৃথকতাবাদী ধাৰণাৰ মূল ভিত্তি কি ?

উত্তৰঃ

৩।কাশ্মীৰ সমস্যাৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ

৪।ভাৰতত আজি পৃথকতাবাদী ভাবধাৰা জাগ্রত হােৱাৰ চাৰিটা কাৰণ লিখা ।

উত্তৰঃ

৫। ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ আঞ্চলিক ৰাজনৈতিক আন্দোলন ব্যাখ্যা কৰা ।

উত্তৰঃ

৬।ভাৰতৰ কিছুমান অংশত পৃথকতাবাদী ভাবধাৰা গঢ়ি উঠাৰ পৰা আমি কি শিকিব পাৰাে ?

উত্তৰঃ

৭ । জম্মু আৰু কাশ্মীৰত ঘটা হিংসাত্মক কার্যৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ

৮ | দ্রাবিডিয়ান আন্দোলনৰ বিষয় চমুকৈ লিখা ।

উত্তৰঃ

৯। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বাহিৰাগত বিতাৰণৰ বাবে চলা “ অসম আন্দোলনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

১০। তলত উল্লেখ কৰা চাৰিখন ৰাজ্যৰ ৰাজধানীৰ নাম লিখা ঃ

( ক ) নাগালেণ্ড ( খ ) মিজোৰাম ( গ ) মেঘালয় ( ঘ ) অৰুণাচল প্রদেশ

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন :

১। ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্রতা প্রদান কৰিছে ?

উত্তৰঃ

২। আঞ্চলিকতাবাদ মানে কি বুজা ?

উত্তৰঃ

৩। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰণ লিখা ।

উত্তৰঃ

৪। আঞ্চলিকতাবাদে ভাৰতৰ ৰাজনীতিত কেনেদৰে আঘাত কৰিছে দুটা কাৰণ লিখা ।

উত্তৰঃ

৫। ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ

৬। গােৱাৰ সমস্যা কি আছিল ?

উত্তৰঃ

৭। আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা ।

উত্তৰঃ

৮। ৮০ – ৰ দশকত অসমে সমুখীন হােৱা দুটা সংকটৰ কথা উল্লেখ কৰা ।

উত্তৰঃ

৯। জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ

১০। আঞ্চলিকতাবাদক নির্মূল কৰাৰ বাবে দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নৰ উত্তৰ দিয়া ঃ

১। কোন ৰাজ্যত “ অসম গণ-পৰিষদ ” সক্রিয় ?

উত্তৰঃ

২। নেচনেল কনফাৰেন্স কেতিয়া প্রতিষ্ঠা হৈছিল ?

উত্তৰঃ

৩ ! কি উদ্দেশ্য সাধনৰ বাবে “অসম গণ – পৰিষদ” দল প্রতিষ্ঠা হৈছিল ?

উত্তৰঃ

৪। কোন চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হৈছিল ?

উত্তৰঃ

৫। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্র প্রদান কৰা হৈছিল ?

উত্তৰঃ

৬। এ.এ.এচ.ইউ. ( A.A.S.U . )-ৰ সম্পূর্ণ অর্থ কি ?

উত্তৰঃ

৭। কেতিয়া “আনন্দপুৰ চাহেব প্রস্তাৱ” গৃহীত হৈছিল ?

উত্তৰঃ

৮। কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল ?

উত্তৰঃ

৯। ভাৰতৰ যিকোনাে দুটা আঞ্চলিক দলৰ নাম লিখা ।

উত্তৰঃ

১০। চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল ?

উত্তৰঃ

১১। আঞ্চলিকতাবাদ সৃষ্টিৰ এটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ

শুদ্ধ নে অশুদ্ধ লিখা ঃ

১। “অসম গণ-পৰিষদ” এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল ।

উত্তৰঃ

২। “অসম আন্দোলন” ছাত্রসন্থাই পৰিচালনা কৰিছিল ।

উত্তৰঃ

৩। ৰাজ্য গঠনৰ আগতে অৰুণাচল এখন কেন্দ্রীয়শাসিত অঞ্চল আছিল ।

উত্তৰঃ

৪। আঞ্চলিক আশা-আকাংক্ষা গণতন্ত্রৰ এটা অবিচ্ছেদ্য অংগ ।

উত্তৰঃ

৫। জম্মু আৰু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ ।

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছে ।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top