AHSEC Class 12 Sociology Chapter 8 Answer 2026 | সাংস্কৃতিক পৰিৱৰ্তন পাঠটোৰ প্ৰশ্ন

সাংস্কৃতিক পৰিৱৰ্তন

১। অতি চমু প্রশ্নোত্তৰ:

(ক) খালী ঠাই পূৰ কৰাঃ

প্রশ্ন ১: সামাজিক পৰিৱৰ্তন হৈছে সামাজিক                       ৰ পৰিৱৰ্তন।

প্রশ্ন ২ঃ সমাজতত্ববিদ ________ প্রথম সংস্কৃতিকৰণ অৱধাৰণাটোৰ ঠাইত ব্রাহ্মণ্যকৰণ অৱধাৰণাটো

ব্যৱহাৰ কৰিছিল। 

প্ৰশ্ন ৩ঃ________ জাতিৰ লোকসকলে কেবল ব্রাহ্মণ্যসকলে অনুমান কৰা প্ৰক্ৰিয়াটোক ব্ৰাহ্মণ্যকৰণ বুলি

অভিহিত কৰিছিল। 

প্রশ্ন ৪:                   পাশ্চাত্যকৰণ অৱধাৰণাটোৰ উদ্ভাৱক আছিল। 

প্রশ্ন ৫: আধুনিকীকৰণৰ সম্বন্ধে আলোচনা কৰা প্ৰথমজন সমাজতত্ত্ববিদ হ’ল                  ।

প্রশ্ন ৬: আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু            উদ্যোগীকৰণ হ’ল  আধুনিকীকৰণৰ দুটা মুখ্য কাৰক। 

প্রশ্ন ৭ঃ সাংস্কৃতিকৰণ অৱধাৰণাটো আলোচনা কৰা প্ৰথম সমাজতত্ত্ববিদজন আছিল  ।

৮ঃ                 হৈছে ধৰ্মৰ বিপৰীত এক প্রক্রিয়া।

প্রশ্ন ৯:                 ৰ উন্নতি হোৱাৰ লাগে লগে ধৰ্মৰ বান্ধোন শিথিল হৈ পৰে। 

১০ঃ: চৰকাৰ বা ৰাজনৈতিক কর্তৃপক্ষৰ দ্বাৰা প্ৰৱৰ্তন কৰা আৰু লিপিবদ্ধ হোৱা ৰীতি-নীতি 

সমূহক                        ৰ আখ্যা দিয়া হয়।

২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:

প্রশ্ন ১: ব্ৰিটিছসকলে তেওঁলোকৰ ব্যৱসায় কামৰ বাবে ভাৰতৰ পৰিবহণ ব্যৱস্থা উন্নত কৰিছিল।

প্রশ্ন ২: নগৰীকৰণৰ ফলত কৃষি অর্থনীতি উন্নতি হৈছে।

প্রশ্ন ৩ঃ বিজাতীয়তাৰ পৰিচয়েই হৈছে নগৰৰ প্ৰধান বৈশিষ্ট্য।

প্রশ্ন ৪: নগৰৰ ব্যক্তিগত প্ৰস্থিতিৰ পৰিচয়তকৈ সামূহিক পৰিচয়ৰ ভিত্তিতহে মানুহ পৰিচিত হয়।

প্রশ্ন ৫: উদ্যোগীকৰণে জাতি ব্যৱস্থাৰ প্ৰভাৱ হ্রাস কৰিছে।

প্রশ্ন ৬: আধুনিকীকৰণ প্ৰক্ৰিয়া এটা গোলকীকৰণ প্ৰক্ৰিয়া।

প্রশ্ন ৭: আধুনিকীকৰণে প্রতিষ্ঠিত মূল্যবোধৰ সৈতে সমাজৰ সম্পূৰ্ণ সামাজিক সংৰচনাৰ পৰিৱৰ্তন নানে।

প্রশ্ন ৮: আধুনিকীকৰণৰ ফলত নগৰীকৰণ আৰু উদ্যোগীকৰণৰ সূচনা হৈছে।

প্রশ্ন ৯: আধুনিকীকৰণ এটা বাহ্যিক বৈপ্লৱীক পদ্ধতি।

প্রশ্ন ১০: পাশ্চাত্যকৰণ প্ৰক্ৰিয়া বাহ্যিক আৰু বস্তুবাদী।

৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:

প্রশ্ন ১: ৰাজা ৰামমোহন ৰায়ে                চনত বংগদেশত ‘আত্মীয় সভা’ৰ জন্ম দিছিল।

(ক) ১৮১৫ চনত

(ক) ১৮২০ চনত

(ক) ১৮২৫ চনত

(ক) ১৮৬৮ চনত

প্রশ্ন ২ঃ কোনে ১৮২৫ চনত কলিকতাত বেদান্ত কলেজ স্থাপন কৰিছিল?

(ক) এম. এন. শ্রীনিবাসে

(খ) ৰাজা ৰামমোহন বায়ে

(গ) দয়ানন্দ সৰস্বতীয়ে

(ঘ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে।

প্রশ্ন ৩ঃ ‘Marriage and Family Life in Mysore’ গ্রন্থখনৰ লেখক।

(ক) ৰাজা ৰামমোহন ৰায়

(খ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

(গ) দয়ানন্দ সৰস্বতী

(ঘ) এম. এন. শ্রীনিবাস।

প্রশ্ন ৪:                  পাশ্চাত্যকৰণ আৰু সংস্কৃতিকৰণ এই দুয়োটা প্রক্রিয়াকে সামৰি ‘কুলীনকৰণ’ নামৰ এটা প্ৰক্ৰিয়াৰ

কথা উল্লেখ কৰিছে।

(ক) এম. এন. শ্রীনিবাসে

(খ) আলতাচ চৈয়দ হুছেইনে

(গ) এন. প্রসাদে।

(ঘ) এচ. চি. ডুবে।

প্রশ্ন ৫: কোন শতিকাটোক হিন্দু ধৰ্মৰ ইতিহাসত অন্ধকাৰ যুগ হিচাপে অভিহিত কৰা হয়-

(ক) ১৫ শতিকাৰ

(খ) ১৬ শতিকাৰ

(গ) ১৭ শতিকাৰ

(ঘ) ১৮ শতিকাৰ।

প্রশ্ন ৬ঃ কোন চনত ব্রাহ্মসমাজ প্রতিষ্ঠা হৈছিল-

(ক) ১৮২০ চনত

(খ) ১৮২১ চনত

(গ) ১৮২২ চনত

(ঘ) ১৮২৩ চনত।

প্রশ্ন ৯: কাৰ পৃষ্ঠপোষকতাত প্রার্থনা সমাজ প্রতিষ্ঠা হৈছিল-

(ক) ৰামকৃষ্ণ পৰমহংস

(খ) স্বামী দয়ানন্দ সৰস্বতী

(গ) ৰাজা ৰামমোহন ৰায়

(ঘ) কেশৱ চন্দ্ৰ সেন।

প্রশ্ন ১০ঃ বাল্যবিবাহ আৰু সতীদাহ প্রথা, কোনটো কোনে বিৰোধীতা কৰিছিল-

(ক) ব্রাহ্ম সমাজে

(খ) প্রার্থনা সমাজে

(গ) আর্য সমাজে

(ঘ) ৰামকৃষ্ণ মিছনে।

৪। চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১: সাংস্কৃতিকৰণ বুলিলে কি বুজা?

প্রশ্ন ২ঃ ব্রাহ্মণ্যকৰণ বুলিলে কি বুজা?

প্রশ্ন ৩ঃ আইনৰ সংজ্ঞা দিয়া।

প্রশ্ন ৪: সংস্কৃতিকৰণৰ বিভিন্ন উপাদানসমূহ উল্লেখ কৰা।

প্রশ্ন ৫ঃ সামাজিক পৰিৱৰ্তন প্রক্রিয়া বুলিলে তুমি কি বুজা?

প্রশ্ন ৬ঃ আধুনিকীকৰণৰ দুটা কাৰক উল্লেখ কৰা।

প্রশ্ন ৭: উদ্যোগীকৰণ বুলিলে কি বুজা?

প্রশ্ন ৮ঃ নগৰীকৰণ কি?

প্রশ্ন ৯: আধুনিকীকৰণ বুলিলে কি বুজা?

প্রশ্ন ১০ : সমাজ সংস্কাৰ আন্দোলন বুলিলে তুমি কি বুজা?

৫। ৰচনাধর্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১: আধুনিকীকৰণৰ বিভিন্ন চৰিত্ৰবোৰ আলোচনা কৰা।

প্রশ্ন ২ঃ আধুনিকীকৰণ আৰু সামাজিক পৰিৱৰ্তনৰ মাজত থকা সম্বন্ধ সম্পর্কে লিখা। 

প্রশ্ন ৩ঃ পাশ্চাত্যকৰণৰ মুখ্য বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

প্রশ্ন ৪: সংস্কৃতিকৰণৰ বিভিন্ন বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

প্রশ্ন ৫ঃ পাশ্চাত্যকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজলৈ অনা বিভিন্ন পৰিৱৰ্তনসমূহ আলোচনা কৰা।

প্রশ্ন ৬ঃ সংস্কৃতিকৰণে কিদৰে ভাৰতীয় জাতি ব্যৱস্থাত পৰিৱৰ্তন ঘটাইছে আলোচনা কৰা।

প্রশ্ন ৭ঃ ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্ৰভাৱ সম্পর্কে চমুকৈ লিখা? 

প্রশ্ন ৮: ভাৰতীয় সমাজৰ জাতি প্ৰথাৰ ওপৰত কিদৰে পাশ্চাত্যকৰণে প্ৰভাৱিত কৰিছে?

প্রশ্ন ৯: ধৰ্মনিৰপেক্ষতাৰ বিভিন্ন বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

প্রশ্ন ১০ঃ ‘ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ’। উক্ত উক্তিটোৰ আধাৰত ভাৰতৰ ধৰ্ম নিৰপেক্ষ নীতি সম্পর্কে উল্লেখ কৰা।

প্রশ্ন ১১ঃ সমাজ সংস্কাৰ আন্দোলনৰ ফলস্বৰূপে ভাৰতত কি ধৰণৰ পৰিৱৰ্তন ঘটিছে আলোচনা কৰা।

প্রশ্ন ১২ঃ ধৰ্মনিৰপেক্ষতাই ভাৰতবৰ্ষৰ জাতি ব্যৱস্থাৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল।

প্রশ্ন ১৩ঃ ধৰ্মনিৰপেক্ষতাৰ ফলত ভাৰতীয় সমাজ ব্যৱস্থালৈ কেনে ধৰণৰ পৰিৱৰ্তন আহিছে বৰ্ণনা কৰা।

প্রশ্ন ১৪: সংস্কৃতিক আৰু পাশ্চাত্যকৰণৰ মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা। 

প্রশ্ন ১৫: ভাৰতবৰ্ষৰ বেলিকা আধুনিকীকৰণ প্ৰক্ৰিয়াত আধুনিক শিক্ষাৰ ভূমিকা আলোচনা কৰা।

প্রশ্ন ১৬: আইনে ভাৰতীয় সংস্কৃতিলৈ অনা পৰিৱৰ্তনসমূহ কি কি?

প্রশ্ন ১৭: ভাৰতীয় সমাজ সংস্কাৰ আন্দোলনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top