AJB Class 1 ঈছপৰ সাধু Chapter 10 Answer 2025 | কাউৰী আৰু শিয়াল | অধ্য়ায়-দহ | Chapter-10 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

অধ্য়ায়-দহ

কাউৰী আৰু শিয়াল

১। শিয়ালটোৱে কি বিচাৰি অনাই-বনাই ঘূৰি ফুৰিছিল?

উত্তৰঃ শিয়ালটোৱে আহাৰ বিচাৰি অনাই-বনাই ঘূৰি ফুৰিছিল।

২। কাউৰীজনীয়ে মুখত কি লৈ আছিল?

উত্তৰঃ কাউৰীজনীয়ে মুখত এডোখৰ মঙহ লৈ আছিল।

৩। শিয়ালে কাউৰীজনীক কি বুলি কওঁতে তাইৰ খং উঠিছিল?

উত্তৰঃ শিয়ালে কাউৰীজনীক বোবা বুলি কওঁতে খং উঠিছিল।

৪। কাউৰীজনীয়ে কি কৰোঁতে তাইৰ মুখৰপৰা মঙহডোখৰ সৰি পৰিল?

উত্তৰঃ শিয়ালৰ মঙহডোখৰ খাবলৈ বহুত মন গ’ল তাৰ পিছত সি কাউৰীজনীক মিঠা মাত 

লগালে তেতিয়া কাউৰী জনীয়ে মাত নিদিলে কিন্তু শিয়ালো টেঙৰ আছিল। সি তেতিয়া গীত 

গালে তাই তেতিয়াও মাত নিদিলে তাৰ পাছত শিয়ালে তাইক বোবা বুলি কলে তাই বহুত খং 

উঠিল তাই তেতিয়া মাত দিওতে মঙহডোখৰ ঠোঁটৰপৰা টুপককৈ সৰি পৰিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top