Might Learn Logo Might Learn

AJB Class 1 ঈছপৰ সাধু Chapter 12 Answer 2025 | খৰিকটীয়া আৰু জলদেৱতা | অধ্য়ায়-১২ | Chapter-12 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

অধ্য়ায়-বাৰ

খৰিকটীয়া আৰু জলদেৱতা

১। দুখীয়া খৰিকটীয়াজনৰ নাম কি আছিল?

উত্তৰঃ দুখীয়া খৰিকটীয়াজনৰ নাম কণপাই আছিল।

২। খৰি কাটি থাকোঁতে কুঠাৰখন ক’ত পৰি গৈছিল?

উত্তৰঃ খৰি কাটি থাকোঁতে কুঠাৰখন নৈৰ পানীত পৰি গৈছিল।

৩। ‘এইখন তোমাৰ কুঠাৰ নেকি?’ বুলি খৰিকটীয়াক কোনে সুধিছিল?

উত্তৰঃ এই বুলি জলদেৱতাই সুধিছিল।

৪। লুভীয়া কমাৰ জনৰ নাম কি আছিল?

উত্তৰঃ লুভীয়া কমাৰ জনৰ নাম মনভাই আছিল।

৫। জলদেৱতাই মনভাইক কুঠাৰখন ঘূৰাই দিলেনে?

উত্তৰঃ জলদেৱতাই মনভাইক কুঠাৰখন ঘূৰাই নিদিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects