অধ্য়ায়-তিনি
টেঙা আঙুৰ
১। কাৰ বাৰীত আঙুৰৰ গছ আছিল?
উত্তৰঃ বাপু কণ হঁতৰ বাৰীত আঙুৰৰ গছ আছিল।
২। শিয়ালটোৰ নাম কি আছিল?
উত্তৰঃ শিয়ালটোৰ নাম টীমক আছিল।
৩। টীমকে কি কৰিবলৈ যাওঁতে আঙুৰৰ থোপাবোৰ দেখিছিল?
উত্তৰঃ টীমকে হাঁহ চুৰ কৰিবলৈ যাওঁতে আঙুৰৰ থোপাবোৰ দেখিছিল।
৪। টীমকে শিয়ালীক আঙুৰেৰে কি বনাই দিবলৈ কৈছিল?
উত্তৰঃ টীমকে শিয়ালীক আঙুৰেৰে চৰবত বনাই দিবলৈ কৈছিল।
৫। আঙুৰ ভৰাবলৈ টীমকে লগত কি নিছিল?
উত্তৰঃ আঙুৰ ভৰাবলৈ টীমকে লগত মোনা এখন নিছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post