Might Learn Logo Might Learn

AJB Class 1 ঈছপৰ সাধু Chapter 1 Answer 2025 | শহাপহু আৰু কাছ | অধ্য়ায়-এক | Chapter-1 | Class 1 AJB School Question Answer | Class 1 AJB School Question Answer For Daily Assam |

 অধ্য়ায়-এক

শহাপহু আৰু কাছ

১। দৌৰ প্ৰতিযোগিতাখন ক’ত হৈছিল?

উত্তৰঃ দৌৰ প্ৰতিযোগিতাখন কাজিৰঙাত হৈছিল। 

২। তাত কোনে কোনে যোগদান কৰিছিল?

উত্তৰঃ তাত হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে যোগদান কৰিছিল। 

৩। আঁহত গছৰ ছাঁ-ত হাতত বঁটা লৈ কোন বহি আছিল?

উত্তৰঃ আঁহত গছৰ ছাঁ-ত হাতত বঁটা লৈ সিংহৰাজ বহি আছিল।

৪। শহা দৌৰি আহি অলপমান শোওঁ বুলি ক’ত শুইছিল? 

উত্তৰঃ শহা দৌৰি আহি অলপমান শোওঁ বুলি বিৰিণা এজোপাতে শুইছিল।

৫। দৌৰত কোন জিকিল?

উত্তৰঃ দৌৰত কাছ জিকিছিল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects