AJB Class 1 ঈছপৰ সাধু Chapter 2 Answer 2025 | টেঙৰী কাউৰী | অধ্য়ায়-দুই | Chapter-2 | Class 1 AJB School Question Answer | Class 7 AJB School ঈপছৰ সাধু Question Answer And Solution For Assam |

  অধ্য়ায়-দুই

টেঙৰী কাউৰী

১। টেঙৰী কাউৰী জনীৰ নাম কি?

উত্তৰঃ টেঙৰী কাউৰীজনীৰ নাম ক’লীবাই আছিল। 

২। তাইৰ গিৰিয়েকৰ ঘৰৰপৰা মাকৰ ঘৰলৈ কিমান দূৰ বাট?

উত্তৰঃ তাইৰ গিৰিয়েকৰ ঘৰৰপৰা মাকৰ ঘৰলৈ এবেলাৰ বাট। 

৩। কাউৰীজনীয়ে কলহটো ক’ত পৰি থকা দেখা পালে?

উত্তৰঃকাউৰীজনীয়ে কলহটো মানুহ এঘৰৰ পিছ চোতালত পৰি থকা দেখা পালে। 

৪। কলহটোৰ কাষত কিহৰ দ’ম আছিল?

উত্তৰঃ কলহটোৰ কাষত শিলগুটিৰ দ’ম আছিল।

৫। কাউৰীজনীয়ে পানী খাব পাৰিলেনে? যদি পাৰিলে তেন্তে কেনেকৈ?

উত্তৰঃ কাউৰীজনীয়ে পানী খাব পাৰিলে। তাই এনেকৈ পানী খাব পাৰিলে যে তাই কলহটোৰ কাষতে শিলগুটিৰ দ’ম এটা দেখা পালে। তাই তাৰ পাছত ঠোঁটেৰে শিলগুটি আনি কলহটোৰ ভিতৰত সোমোৱাই দিলে তাৰ পাছত পানীখিনি ওপৰলৈ উঠি আহিল আৰু তাই তাৰ পিছত হেঁপাহ পলুৱাই পানী খাই মাকৰ ঘৰলৈ বুলি উৰা মাৰিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top