অধ্য়ায়-এঘাৰ
গাঁৱৰ এন্দুৰ আৰু চহৰৰ এন্দুৰ
১। হৰিধনে ৰামধনক কি কি খাবলৈ যতনাই দিছিল?
উত্তৰঃ হৰিধনে ৰামধনক আলু, কচু, ধান, গোমধান বিধে বিধে যতনাই দিছিল।
২। হৰিধনে মূৰত মস্ত খুন্দা এটা কিয় খাইছিল?
উত্তৰঃ হৰিধনে ততাতৈয়া কৰোঁতে মূৰত মস্ত খুন্দা এটা খাইছিল।
৩। ‘বাটকুৰি বাই আহিও ইয়াত সুখেৰে এমুঠি খাব নোৱাৰিলোঁ। পদে পদে মৰণৰ ভয়।‘-বুলি কোনে কৈছিল?
উত্তৰঃ এই বুলি হৰিধনে কৈছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post