AJB Class 1 ঈছপৰ সাধু Chapter 4 Answer 2025 | মৌ আৰু মাখি | অধ্য়ায়-চাৰি | Chapter-4 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

   অধ্য়ায়-চাৰি

মৌ আৰু মাখি

১। মৌ-জোলৰ বটলটো ক’ত আছিল?

উত্তৰঃ মৌ-জোলৰ বটলটো মানুহ এঘৰ পাকঘৰত আছিল। 

২। মৌ-জোলবোৰ কেনেকৈ পৰিল?

উত্তৰঃ এদিন মেকুৰী এটাই নিগনি ধৰিবলৈ মানুহ ঘৰত সোমাল আৰু মেকুৰীৰ ঠেংখন লাগি মৌ-জোলৰ বটলটো মাটিত পৰিল। 

৩। মৌ-জোলৰ গোন্ধ পাই কোন আহিছিল?

উত্তৰঃ মৌ-জোলৰ গোন্ধ পাই ক’ৰ বাৰ পৰা এজাক মাখি আহিছিল। 

৪। মৌ-জোল খাই মাখিবোৰৰ পেটবোৰ কেনেকুৱা হ’ল?

উত্তৰঃ মৌ-জোল খাই মাখিবোৰৰ পেটবোৰ ঢোলৰ নিছিনা হ’ল। 

৫। মৰিবৰ সময়ত মাখিবোৰে কি ভাবিলে?

উত্তৰঃ মৰিবৰ সময়ত মাখিবোৰে ভাবিলে যে “অধিক ভোজনেই সিহঁতৰ মৃত্য়ুৰ কাৰণ হ’ল।”

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top