Might Learn Logo Might Learn

AJB Class 1 ঈছপৰ সাধু Chapter 9 Answer 2025 | মিছলীয়া গৰখীয়া | অধ্য়ায়-ন | Chapter-9 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

  অধ্য়ায়-ন

মিছলীয়া গৰখীয়া

১। গৰখীয়াটোৰ নাম কি আছিল?

উত্তৰঃ গৰখীয়াটোৰ নাম দেহীৰাম আছিল। 

২। ‘বাঘ ঐ, খালে ঐ, কোন ক’ত আছ, মোক বচা ঐ।’-বুলি কোনে চিঞৰিছিল?

উত্তৰঃ এই বুলি দেহীৰামে চিঞৰিছিল। 

৩। গঞাসকলে হাতে হাতে যাঠি-জোং লৈ কিয় আহিছিল?

উত্তৰঃ দেহীৰামে ‘বাঘ ঐ, খালে ঐ, কোন ক’ত আছ, মোক বচা ঐ’ সি এই বুলি চিঞৰিছিল এই কাৰণে- তেতিয়া গাঁৱৰ পৰা ৰাইজে হাতে হাতে যাঠি-জোং লৈ আহিছিল। 

৪। শেষত দেহীৰামৰ কি হ’ল?

উত্তৰঃ শেষত দেহীৰামক বাঘে থাপ মাৰি ধৰি হাবিলৈ লৈ গ’ল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects