AJB Class 3 Science Chapter 13 Answer উদ্ভিদৰ পৰা পোৱা বস্তু

Chapter 13

উদ্ভিদৰ পৰা পোৱা বস্তু

☐ প্ৰশ্নাৱলী

(১) মানুহৰ প্ৰধান আহাৰ কি ? মানুহে সেইবোৰ ক’ৰপৰা পায় ?

উত্তৰঃ

(২) ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ

(৩) মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ

(৪) (ক) মিঠাতেল ক’ৰ পৰা হয় ?

উত্তৰঃ

(খ) সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ

(৫) উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে লিখা ।

উত্তৰঃ

(৬) উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে ?

উত্তৰঃ

(৭) শুদ্ধ উত্তৰটোত ✓ চিন দিবা :

(ক) উদ্ভিদ নাথাকিলে জীৱ-জন্তু জীৱাই থাকিব পাৰে/নোৱাৰে।

উত্তৰঃ

(খ) অক্সিজেন/কাৰ্বন ডাই-অক্সাইডৰ আন এটা নাম অম্লজান ।

উত্তৰঃ

(গ) প্ৰাণীয়ে নিশাহত কৰ্বন ডাই-অক্সাইড এৰি দিয়ে /নিদিয়ে ।

উত্তৰঃ

(ঘ) উদ্ভিদ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি /নোৱাৰি ।

উত্তৰঃ

Type by : Pompi Hazarika