AJB Class 3 Science Chapter 15 Answer অসমৰ কেইবিধমান প্ৰধান খেতি

Chapter 15

অসমৰ কেইবিধমান প্ৰধান খেতি

☐ প্ৰশ্নাৱলী

১丨 আমাৰ কোনবোৰ খাদ্য গছৰপৰা পাওঁ ?

উত্তৰঃ

২丨 সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে ?

উত্তৰঃ

৩丨 খেতি ভাল হ’বলৈ কেনে ধৰণৰ যত্ন ল’ব লাগে ?

উত্তৰঃ

৪丨 পচন সাৰ কি ?

উত্তৰঃ

৫丨 শস্য কি ?

উত্তৰঃ

৬丨 চাৰিবিধ ভাল জাতৰ ধানৰ নাম লিখা ।

উত্তৰঃ

৭丨 মিঠাতেল ক’ৰ পৰা হয় ?

উত্তৰঃ

৮丨 চেনি ক’ৰ পৰা হয় ?

উত্তৰঃ

৯ 丨 আলু মাটিৰ তলত হয়। ই আলু গছৰ শিপাৰ পৰা হয়নে ?

উত্তৰঃ

১০丨 মৰাপাট ক’ৰ পৰা হয় ?

উত্তৰঃ

১১丨 কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় ?

উত্তৰঃ

১২丨 কৃষি বা খেতি কৰা কাক বোলে ?

উত্তৰঃ

১৩丨ৰাসায়নিক সাৰ কি ?

উত্তৰঃ

১৪丨ধান খেতি কেনেদৰে কৰা হয় ?

উত্তৰঃ

১৫丨 ধান গছৰ পুলিক কি বোলে ?

উত্তৰঃ

১৬丨 ‘মৰণা মৰা’ কি ?

উত্তৰঃ

১৭丨 তুঁহ কাক বোলে ?

উত্তৰঃ

১৮丨 পাঁচবিধ ভাল জাতৰ ধানৰ নাম লিখা ।

উত্তৰঃ

১৯丨 চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয় ?

উত্তৰঃ

২০丨 খলিহৈ কাক বোলে ? খলিহৈৰ দুটা ব্যৱহাৰ উল্লেখ কৰা ।

উত্তৰঃ

Type by : Pompi Hazarika