AJB Class 3 Science Chapter 2 Answer মাটি, শিল আৰু খনিজ পদাৰ্থ

Chapter 2

মাটি, শিল আৰু খনিজ পদাৰ্থ

☐ প্ৰশ্নাৱলী

(১) মাটি কি ?

উত্তৰঃ

(২) মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি ?

উত্তৰঃ

(৩) মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ

8) গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে ?

উত্তৰঃ

(৫) মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন তাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ

(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা।

উত্তৰঃ

(৭) মাটিৰ উপাদান কেইটা কি কি ?

উত্তৰঃ

(৮) বালীয়া মাটি কেনেকুৱা লিখা ।

উত্তৰঃ

(৯) বোকা মাটি কেনেকুৱা লিখা ।

উত্তৰঃ

(১০) হিউমাছ কাক বোলে ? ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ

(১১) সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে । কিয় বাৰু ?

উত্তৰঃ

(১২) টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ’ব পাৰে ?

উত্তৰঃ

(১৩) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া

(ক) ধানখেতি সকলো মাটিতে ভালদৰে হয়/নহয় ।

উত্তৰঃ

(খ) মাটিৰ তলত তৰপটো গছ-গছনিৰ বাবে উপযোগী হয়/নহয় ।

উত্তৰঃ

(গ) গাঁত এটা খান্দিলে তললৈ বেছি টান মাটি পোৱা যায়/নাযায় ।

উত্তৰঃ

(ঘ) বোকাৰ কণিকা মিহি বালিতকৈ সৰু/ডাঙৰ ।

উত্তৰঃ

(ঙ) বানপানী পানী ঘোলা । হয়/নহয় ।

উত্তৰঃ

(চ) কম দিনৰ ভিতৰতে শিলৰপৰা মাটি পাব পাৰি/নোৱাৰি ।

উত্তৰঃ

(১০) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

      ‘ক’ অংশ                  ‘খ’ অংশ

১丨 বালীয়া মাটিত ১丨 বোকাৰ পৰিমাণ বেছি

২丨 হিউমাছ ২丨 বায়ু বিশুদ্ধ কৰি ৰাখে ।

৩丨 বোকা মাটিত ৩丨 বালিৰ কণিকাৰ পৰিমাণ বেছি ।

৪丨 মৰুভূমিত ৪丨 মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা জীৱদেহৰ অংশ ।

৫丨 গছ-গছনিয়ে ৫丨 প্ৰচুৰ পৰিমাণে বালি থাকে ।

                               ৬丨 মাটি তলত তৰপত পোৱা যায় । 

উত্তৰঃ

Type by : Pompi Hazarika