Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 1 Answer আমাৰ গাওঁ

Chapter 1

আমাৰ গাওঁ

ক্ৰিয়া-কলাপ

অৰ্থ সৈতে চিনাকি হওঁ আহা:

মুদৈ = দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক

হাট = বজাৰ

মুৰুলী = বাঁহী

তান = সংগীতত সুৰৰ বিস্তাৰ

চহা = হাল-কোৰ বাই খোৱা লোক

তল-সৰা = নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা

চেনেহা-চেনেহী = দুটা ভিতৰত এটাৰ আনটোলৈ মৰম

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) শুৱনি গাওঁখন কি গছেৰে ভৰা?

উত্তৰঃ শুৱনি গাওঁখন শুৱনি গছেৰে ভৰা।

খ) পুখুৰীত কি থাকে?

উত্তৰঃ পুখুৰীত মাছ থাকে।

গ) মুদৈয়ে ক’ত বেপাৰ কৰে?

উত্তৰঃ মুদৈয়ে শুৱনি নদীৰ পানী-ভৰা ঘাটত বেপাৰ কৰে।

ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়?

উত্তৰঃ গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়।

ঙ) ৰং-ধেমালিৰ হাট মানে কি বুজোৱা হৈছে?

উত্তৰঃ ৰং-ধেমালিৰ হাট মানে ঘৰে ঘৰে হাঁহি-মুখ, ভাল চেনাহা-চেনেহি আদিক বুজোৱা হৈছে।

চ) গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰাঁ।

উত্তৰঃ

[২] কবিতাটিত প্ৰকাশ পোৱা গাওঁখনৰ পৰিৱেশৰ বিষয়ে

নিজৰ ভাষাৰে লিখা।

উত্তৰঃ ভাল লগা আমাৰ গাওঁখন ভাল ভাল গছেৰে ভৰা, বহুত ফুল লাগে কত পাওঁ গছৰ তলত সৰি থকা।

ভাল লগা আমাৰ ধাননি পথাৰ ধানেৰে ভৰপূৰ, ভাল লগা নদীৰ পানী-ভৰা ঘাটত মুদৈয়ে বেপৈৰ কৰে।

চালত লাগিছে কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত আছে জহাধান, গোহালিত গৰু আছে পিখুৰিত মাছ আছে, বাৰীত আছে তৈমোল-পাণ।

গছৰ ডালত চৰায় ধুনিয়া গীত গায়, শাকনিত শাক, ফুলনিত ফুল, দেখাপালে শান্তি লাগে।

[৩] খালী ঠাই পূৰ কৰা:

খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল

ক) মুদৈয়ে বেপাৰ কৰে।

খ) খেতিয়কে খেতি কৰে।

গ) খেলুৱৈয়ে খেল খেলে।

ঘ) মাছুৱৈয়ে মাছ ধৰে।

ঙ) অভিনেতাই অভিনয় কৰে।

চ) নাৱৰীয়াই নাও বায়।

ছ) হালোৱাই হাল বায়।

[৪] তলত শব্দবোৰৰ মাজত থকা অমিল শব্দটোত চিন দিয়া:

ক) কোমোৰা, লাও, জিকা, কঁহুৱা, ভোল।

উত্তৰঃ কঁহুৱা।

খ) গৰু, ছাগলী, মাছ, হাতী, সিংহ।

উত্তৰঃ মাছ।

গ) গীত, নৃত্য, অভিনয়, খেল, ভাওনা।

উত্তৰঃ খেল।

ঘ) গামোচা, চুৰীয়া, পায়জামা, কুৰ্তা, গামখাৰু।

উত্তৰঃ গামখাৰু।

[৫] বাক্য ৰচনা কৰা:

তল-সৰা- ৰতিপুঁৱা ওঠি কত পাওঁ তল-সৰা ফুলবোৰ।

পানী- ভৰা- ভাল লগা পানী-ভৰা দেখিয়ে ভাল লাগে।

ভাওনা-সবাহ- আমাৰ গাঁৱত কাইলৈ ভাওনা-সবাহ হ’ব।

শুৱলা-সংগীত- ৰাতিপুঁৱাই ওঠি চৰাই শুৱলা-সংগীত গায়।

[৬] পঢ়া আৰু মিলাই লিখা :

বাৰিষা —- চঞ্চল বাৰিষা —- খৰালি

ৰ’দ ——- নীৰৱ ৰ’দ ——- বৰষুণ

সৰৱ —— খৰালি সৰৱ —— নীৰৱ

স্থিৰ ——- বৰষুণ স্থিৰ ——- চঞ্চল

[৭] পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :

ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ মানুহৰ নখৰ আগত অতি কম পৰিমাণৰ পানী হে উঠে পিচে অগণণ মানুহৰ নখৰ আগত উঠা পানিৰে নৈ সৃষ্টি হ’ব পাৰে।

খ) কথাত কটা যায়, কথাত বটাঁ পায়।

উত্তৰঃ কথাৰে মনুহে মানুহৰ মৰম-চেনেহ আদায় কৰিব পাৰে, ঠিক সেইদৰে কথাৰ বাবে মানুহে আপুনাক ঘৃণ কৰিবও পাৰে।

[৮] পঢ়া, চোৱা আৰু লিখা :

তলত সৰা = তল-সৰা

পানীৰে ভৰা = পানী-ভৰা

হাতেৰে বোৱা = হাতে-বোৱা

গুৰুক সেৱা = গুৰুক সেৱা

[৯] অৰ্থৰ পাৰ্থক্য স্পষ্ঠ হোৱাকৈ বাক্য ৰচনা কৰা (অভিধানৰ সহায় ল’বা।):

ক) হাত —– মানুহৰ হাতেৰে বহুত কাম কৰিব পাৰে।

   হাট ----- শুক্ৰবাৰে আমাৰ ইয়াত হাট বহে।

খ) চাল —– কাইলৈ আমাৰ ঘৰৰ ণুধৰ চাল লগাব।

   ছাল ----- যোৱা কালি মই পৰিল, আৰু মোৰ ছাল গল।

গ) তান —- গানত তান লগোৱা।

   টান ---- কোনো এটা বস্তু নিজৰ শৰিৰৰ পিনে টানা।

ঘ) ঘাত —-

   ঘাট ---- 

[১০] ভাবা আৰু উওৰ উলিওৱা:

ক) ঘন ঘন গাঠিৰে ডিঙিত পিন্ধি মণি,

  ওপৰলৈ চাই আছে কোনে চুলি মেলি?

খ) খেতিয়কে খেতি কৰে,

গুটি নাই, ফুল নাই

গ) ঐ ঐ ঐ, ক’লৈ যাৱগৈ,

গছ শুকান গুটি কেচা

ব’ল আনোগৈ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects