Chapter 5
পোহৰ – পখিলা
ক্ৰিয়া-কলাপ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহা
নোহোৱা-নোপজা = আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা নাভূত-নাশ্ৰত; কাল্পনিক
চানেকি = কাপোৰত তুলিবৰ কাৰণে ফুলৰ আৰ্হি; নমুনা; আদৰ্শ
লাহী = লেহুকা, পাতল, মিহি
ন-কৈ = নতুনকৈ
শিয়ৰা = ভয় খাই বা আচৰিত হৈ গাৰ নোম থিয় হোৱা
চিৰ-সুনদৰ = সৃষ্টীকৰ্তা
[১] কবিতাটি মনত ৰাখা।
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) পখিলাজাকৰ কোন দেশৰ? আৰু কাৰ ফুলনিত নাচে?
উত্তৰঃ পখিলাজাক পোহৰ-দেশৰ আছিল আৰু কবিৰ ফুলনিত নীচিচিল।
খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা?
উত্তৰঃ পখিলাজাকৰ পীাখিবোৰ ফুলাম আছিল।
গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে?
উত্তৰঃ ন-পখিলাৰ লাহীৰ কাৰণে সৰিছে পুৰণী পাহি।
ঘ) কবিয়ে পখিলাৰ পাহিত কি লিখা থকাৰ কথা কৈছে?
উত্তৰঃ একা বেকা লিখা থকাৰ কথা কৈছে।
[৩] পঢ়া, বুজা আৰু লিখা:
ওপজো – নোপজা
হোৱা – নোহোৱা
পোৱা – নোপোৱা
যোৱা – নোযোৱা
খোৱা – নোখোৱা
গোৱা – নোগোৱা
[৪] বাক্য ৰচনা কৰা:
ৰৈ ৰৈ = কুলিটিয়ে ৰৈ ৰৈ বিনাইছে।
মনে মনে = মানুবোৰে মনে মনে আছে।
পাছে পাছে = সি মোৰ পাছে পাছে আহি আছে।
ঘৰে ঘৰে = সিহত ঘৰে ঘৰে গল।
হাঁহি হাঁহি = সৌ মানুহতোৱে হাঁহি হাঁহি গৈ আছে।
গৈ গৈ = মই গৈ গৈ সিহতৰ ঘৰ পালোগৈ।
মাজে মাজে = ভাগৰ লাগিলে মাজে মাজে বহি লৱা।
কৈ কৈ = মই কৈ কৈ ভাগৰি গৈছো।
[৫] বাক্য ৰচনা কৰা:
পাই = ৰাথীয়ে হেৰোৱা কলমটো পাই ভাল পালে।
পায় = মায়ে মোক বৰ ভাল পায়।
খাই = মই ভাত খাই আছো।
খায় = কল খায় বৰ ভাল পোৱা।
গাই = ……………………………………।
গায় = ……………………………………….।
চাই = …………………………………………।
চায় = …………………………………………।
[৬] পঢ়া, বুজা আৰু লিখা:
মিচিকীয়া – বতাহ মিচিকীয়া – হাঁহী
শুৱলা – তামোল শুৱলা – গান
সুৰীয়া – হাঁহী সুৰীয়া – মাত
থুৰীয়া – মাত থুৰীয়া – হাঁহী
ফিৰফিৰীয়া – গান ফিৰফিৰীয়া – মাত
[৭] পঢ়া, বুজা আৰু লিখা:
পখিলাটো – পখিলাজাক
গৰুটো – গৰুজাক
চৰাইটো – চৰাইজাক
মানুহবোৰ – মানুহ বোৰৰজাক
শিক্ষক – শিক্ষকসকল
[৮] পঢ়া আৰু বুজা:
ফুল – ফুলীম
জোন – জোনাক
ৰং – ৰঙীন
খং – খঙাল
[৯] একে অৰ্থ বুজাৱা শব্দ লিখা:
ফুল – পুষ্প কুসুম
নতুন – ন-ন বস্ত
পাখি –
পুৰণি – আগৰ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post