Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 7 Answer মোহন আৰু কলীয়া

Chapter 7

মোহন আৰু কলীয়া

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

তন্দ্ৰা = চিলমিলীয়া টোপনি

ক্ষোভ = মনৰ অশান্তি

লেঙেৰিয়াই লেঙেৰিয়াই = খোৰাই খোৰাই

নিষ্ঠুৰ = নিৰ্দয়

অত্যাচাৰ = অন্যায় আচৰণ; উংপীড়ন

পহৰা দি = চোকা দৃষ্টিৰে চাই থাক

ঢাপ = বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়

⚪ পঢ়া আৰু বুজা :

সই কই স্ক

সই থই স্হ

তই ৱই ত্ব

বই ধই ব্ধ

⚪ পঢ়া আৰু লিখা :

স্কুল ৰাস্তা তন্দ্ৰা উপলব্ধি

[১] প্ৰথম কোৱা, তাৰ পাছত লিখা:

ক) নৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল?

উত্তৰঃ

খ) ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনলৈ আহিছিল?

উত্তৰঃ

গ) নৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল?

উত্তৰঃ

ঘ) মোহনে নৱাৰুণক স্কুলত থ’বলৈ যাওঁতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল?

উত্তৰঃ

ঙ) নৱাৰুণে ভাস্কৰৰ স’তে কিয় নেখেলে বুলি কৈছে?

উত্তৰঃ

চ) কলীয়াই ভাস্কৰহতঁৰ ঘৰৰ কি কি উপকাৰ কৰিছিল?

উত্তৰঃ

ছ) নৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে?

উত্তৰঃ

[২] তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্ত্তক লৈ কাহিনী লিখিবলৈ যত্ন কৰা।

[৩] কোনে কৈছিল, কাক কৈছিল:

ক) “নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই।”

উত্তৰঃ

খ) “তুমি যে কি ল’ৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছে।

সি-তো আৰু মানুহ নহয়!”

উত্তৰঃ

ঘ) “হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ।”

উত্তৰঃ

[৪] বাক্য ৰচনা কৰা:

খুৱাই-বুৱাইঃ

লেঙেৰিয়াই-লেঙেৰিয়াইঃ

[৫] বুজা আৰু লিখা:

ক) শাক আৰু পাচলি = শাক-পাচলি

খ) গৰু আৰু ছাগলী =

গ) কুকুৰ আৰু মেকুৰী =

ঘ) দিন আৰু ৰাতি =

ঙ) ৰাম আৰু লক্ষ্মণ =

[৬] বাকচত থকা শব্দৰে খালি ঠাই পূৰোৱা:

ক) কুকুৰে —- ভোকে

খ) গৰুৱে —–

গ) সিংহই ——

ঘ) শিয়ালে ——-

ঙ) ছাগলীয়ে ——-

চ) মেকুৰীয়ে ——–

ছ) সাপে ———–

জ) মহে ————

ঝ) বান্দৰে ———

[৭] শুনা আৰু লিখা:

ভাস্কৰৰ কথাত নৱাৰুণে উত্তৰ দিলে, “তুমি মোৰ একো অন্যায় কৰা নাই। কিন্ত্ত ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা, কিয় বাৰু? তোমাৰ অলপো বেয়া নালাগিলনে? সি এতিয়াও লেঙেৰিয়াই লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ সেই কাৰণেই মই তোমাক বেয়া পাইছোঁ।”

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects