AJB Class 4 Burha Burhi aru Siyala Chapter 11 Answer বুধিয়ক শিয়াল

Chapter 11

বুধিয়ক শিয়াল

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) কাৰ জিঙিত দোণাটো গল-মণি লাগি ধৰিছিল ?

উত্তৰঃ শিয়ালৰ ডিঙিত দোণটো গল-মণি লাগি ধৰিছিল।

খ) বাঘ-বাঘিনীহালৰ পোৱালী কিমান আছিল ?

উত্তৰঃ বাঘ-বাঘিনীহালৰ এহাল পোৱালি আছিল।

[২] চমু উত্তৰ দিয়াঁ ঃ

ক) বুধিয়ক শিয়ালটেৱে বাঘিনীজনীক কেনেকৈ নিজৰ তলতীয়া কৰিছিল?

উত্তৰঃ শিয়ালে বাঘক কেৰেপত সুমাই মাৰিলে তাৰপাছত বাঘিণীক ক’লে যে গিৰীয়েক শালত দি মাৰিলো। লোকৰ ধন ধাৰলৈ আনি শুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি তোকো মাৰিম বাপেৰে। তই ভালে ভালে ধন দিয় যদি মোৰ ধন দে। ধন নাই যদি মোৰ তলতীয়া হৈ থাক, হাক-বচন মানি ফুৰ। নহ’লে তোৰো ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালিকেইটাকো আজৰি কৰিহে এৰিম। এনেতে বাঘটো ধৰউৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নেদেখি শিয়ালৰ অধীন হ’ল। এনেদৰে শিয়ালটোৱে বাঘিনীজনীক নিজৰ তলতীয়া কৰিছিল।

খ) বুধিয়ক শিয়ালৰ ফাঁকি কেনেকৈ ধৰা পৰিছিল ?

উত্তৰঃ বুধিয়ক শিয়ালৰ ফাঁকি এদিন ৰাতি সি বাঘৰ পোৱালি কেইটা পৰা ওলপ দূৰলৈ গৈ হোৱা দিয়াত ধূৰ্ত শিয়ালৰ ফাঁকি কথা ধৰা পৰিল।

[৩] কোনে কৈছিল, কাক কৈছিল ঃ

ক)”হেৰ’ তহঁতৰ মাৰ-বোপেৰ ক’লৈ গ’ল অ’?”

উত্তৰঃ শিয়ালে বাঘৰ পোৱালি কেইটাক কৈছিল।

খ) “আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে ।”

উত্তৰঃ বাঘৰ পোৱালি কেইটাই শিয়ালক কৈছিল।

গ) “তহঁত তিৰোতাবোৰৰ যদি অকণো বুধি আছে।”

উত্তৰঃ শিয়ালে বাঘিনীক কৈছিল।

[৪] সঁচা নে মিছা লিখাঁঃ

ক) শিয়ালে পানীত সাঁতুৰিব জানিছিল ।

উত্তৰঃ মিছা।

খ) বাঘিনীয়ে অকলে চোং সলাইছিল ।

উত্তৰঃ মিছা।

গ) শিয়ালে বাঘিনীৰ সৈতে পহু মাৰিবলৈ গৈছিল ।

উত্তৰঃ সঁচা।

[৫] শব্দ আৰু অৰ্থঃ

লটং-পটং – অস্থিৰ, থিৰ হৈ নথকা , লৰচৰ কৰি থকা

নিলগৰপৰা – দূৰৰপৰা, আঁতৰৰপৰা

ফাঁকি – মিছা, ভাও ধৰা ছালনা

দোণ – শস্য় জোখা এবিধ কাঠীৰ পাত্ৰ

ফিৰিঙতি – জুইৰপৰা ছিটিকি অহা সৰু অঙঠা, জুইৰ কণিকা

তলতীয়া – অধীনত থকা

পেট পূৰাই – পেট ভৰাই

হাঁওৰি মাৰি – গোজৰণি মাৰি

গা সাৰে – ৰক্ষা পায়

লুংলুঙাই ফুৰ্ – গোপনে কোনো বস্তু বিচাৰি ফুৰ

শিশুপাল খেদা দি – প্ৰচণ্ড বেগেৰে খেদ

খৰপোচ কৰ্ – খৰখেদা কৰ্

টং কৰি চা – মূল কথা বিচাৰ কৰি চা

ঠেঙৰ ওপৰত ঠেং তোল -আয়মেৰে থাক্ , সুখেৰে থাক্

থৰযুগুতি এৰ্ – বিবুদ্ধি হ

টলং ভটং কৰ্ – অস্থিৰভৱে ইকাটি-সিকাটি কৰ্

আগভেটা দি ধৰা – কোনো কাৰ্যত সিদ্ধি হোৱাৰ ক্ষেত্ৰত বাধা জন্মোৱা

ধোবাং জুৰি পৰি থাক্ – হাত-ভৰি মেলি দীঘল হৈ পৰি থাক্

খুকুৰি নথকা – অলপো সন্দেহ নথকা

মৰোঁ-জীওঁ-সোঁ- আধিকৈ – জীৱনৰ আশা নাৰাখি আৰু মৰণৰ ভয় এৰি

চান্দিলে – মনে মনে ভাবিলে

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top