AJB Class 4 Science Chapter 1 Answer বস্তু বা পদাৰ্থ

Chapter 1

বস্তু বা পদাৰ্থ

প্রশ্নাৱলীঃ

(১) তাপৰ পৰিবাহী মানে কি?

উত্তৰঃ

(২) অস্বচ্ছ পদার্থ কাক বােলে ?

উত্তৰঃ

(৩) সকলাে পদার্থ কিহেৰে গঠিত ?

উত্তৰঃ

(8) গােটা বা কঠিন বস্তু কিয় বৈ নাযায় ?

উত্তৰঃ

(৫) জুলীয়া আৰু গেছীয় পদার্থ কিয় বৈ যায় ?

উত্তৰঃ

(৬) পদাৰ্থৰ কণিকাবােৰৰ মাজত ফাঁক থাকে। এইটো দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ

(৭) পানীত দ্ৰৱিত হােৱা তিনিবিধ আৰু দ্ররিত নােহােৱা তিনিবিধ পদার্থৰ নাম লিখা।

উত্তৰঃ

(৮) নিমখ বা চেনি খােলাকৈ ৰাখিলে কিয় ভিজে?

উত্তৰঃ

(৯) নমনীয়তা মানে কি?

উত্তৰঃ

(১০) ক’লা ৰঙৰ চছমা ব্যৱহাৰ কৰাৰ সুবিধা কি?

উত্তৰঃ

(১১) স্বচ্ছ পদার্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ

(১২) কিছু চেনি অলপ পানীত মিহলি হৈ আছে। চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা।

উত্তৰঃ

(১৩) তিনিবিধ পদাৰ্থৰ (যেনে, পানী, বায়ু আৰু কাচৰ) তিনিটাকৈ ভৌতিক ধর্ম লিখা।

উত্তৰঃ

(১৪) শুদ্ধ নে অশুদ্ধ : চিন দিয়া।

(ক) ঘােলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ। শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(খ) পানী তপতালে কণিকাবােৰৰ মাজত ফাঁক কমে। শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(গ) মাটি পুৰিলে কঠিনতা বেছি হয়। শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(ঘ) এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে। শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(ঙ) ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

১৫) ক অংশৰ লগত খ অংশ লগাই বাক্য বোৰ সম্পূন্ন কৰা ।

  ক অংশ           খ অংশ

ৰবৰৰ বলশিলৰ কঠিনতাতপতালে লোহাৰকাঠতকৈ লোহাৰ
তেলসনা কাগজ চকমাটিতকৈ বেছি।ঠুনুকা নহয়।নমনীয়তা বাঢ়ে।তাপ পৰিবাহিত বেছি।কাচতকৈ স্বচ্ছ নহয়
উত্তৰঃ

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top