AJB Class 4 Science Chapter 13 Answer আহাৰ আৰু সুস্বাস্থ্য

Chapter 13

আহাৰ আৰু সুস্বাস্থ্য

◻️ প্ৰশ্নাৱলী

(১) পুষ্টিকৰ বস্তু কিয় খাব লাগে ?

উত্তৰঃ

(২) সুষম আহাৰ কি ?

উত্তৰঃ

(৩) কেঁচা শাক-পাচলি আৰু ফল-মূল কিয় খাব লাগে ?

উত্তৰঃ

(৪) খোৱাবস্তু কিয় ভালদৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে ?

উত্তৰঃ

(৫) খোৱাবস্তু কিয় ভালকৈ চোবাই খাব লাগে ?

উত্তৰঃ

(৬) দাঁত-মুখ ভালদৰে নুধুলে কি হয় ?

উত্তৰঃ

(৭) আমি কিয় পৰিশ্ৰম কৰিব লাগে ?

উত্তৰঃ

(৮) মন ভালে ৰাখিবলৈ কি কি কৰিব পাৰি ?

উত্তৰঃ

(৯) খোৱাবস্তু কিয় ঢাকি ৰাখিব লাগে ?

উত্তৰঃ

(১০) গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে ?

উত্তৰঃ

(১১) খোৱাবস্তু ভালে ৰখাৰ দুটা উপায় উল্লেখ কৰা ।

উত্তৰঃ

(১২) আমাৰ শৰীৰটো কিয় পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ