AJB Class 4 Science Chapter 5 Answer উদ্ভিদৰ আহাৰ

Chapter 5

উদ্ভিদৰ আহাৰ

◻️ প্ৰশ্নাৱলী

(১) পত্ৰৰন্ধ্ৰ কি ?

উত্তৰঃ

(২) গছৰ শিপাৰ কাম কি ?

উত্তৰঃ

(৩) শিপাৰবোৰ কেনেকুৱা বৰ্ণনা কৰা ।

উত্তৰঃ ।

(৪) গছৰ পাতত কি কি থাকে ?

উত্তৰঃ

(৫) গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে। কিয় ?

উত্তৰঃ

(৬) গছৰ কাম কি কি ?

উত্তৰঃ

(7) ক্লৰ’ফিলৰ কাম কি ?

উত্তৰঃ

(৮) পাতত খাদ্য তৈয়াৰ হ’বলৈ কি কি বস্তুৰ প্ৰয়োজন ?

উত্তৰঃ

(৯) উদ্ভিদক শক্তি কিয় লাগে ? এই শক্তি ক’ৰ পৰা পায় ?

উত্তৰঃ

(১০) অৰ্কিডৰ শিপাই ক’ৰ পৰা পানী আহৰণ কৰে ?

উত্তৰঃ

(১১) এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ

(১২) পত্ৰৰন্ধ্ৰৰ কাম কি ?

উত্তৰঃ

(১৩) খালী ঠাই পূৰোৱা ।

(ক) __ থকা বাবে পাতৰ ৰং সেউজীয়া ।

(খ) গছৰ পাতত থকা বিন্ধাবোৰক __ বোলে ।

(গ) ক্লৰ’ফিলে __ শক্তি ধৰি ৰাখে ।

(ঘ) পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম _

(ঙ) পোহৰ নাপালে গছপুলি বাঢ়িব __

(চ) গছে খাদ্য প্ৰস্তুত কৰিবলৈ __ গেছৰ প্ৰয়োজন ।

(১৪)তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে ?

এটা উদাহৰণ : আম ফল।

দুপৰটেঙা

মিঠা আলু

সৰিয়হ

কলগছ

গাজৰ

বাদাম