AJB Class 4 Science Chapter 9 Answer প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

Chapter 9

প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

◻️ প্ৰশ্নাৱলী

(১) প্ৰাণীক আহাৰ কিয় লাগে ?

উত্তৰঃ

(২)তৃণভোজী প্ৰাণী কাক বোলে ? পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ

(৩) পাঁচবিধ মাংসভোজী প্ৰাণী নাম লিখা ।

উত্তৰঃ

(৪) উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণী নাম লিখা ।

উত্তৰঃ

(৫) পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ

(৬) পেলনীয়া বস্তুবোৰ কিয় গেলি-পাঁচি যায় ?

উত্তৰঃ

(৭) পাগুলি খোৱা মানে কি ? পাগুলি খালে কি হয় ?

উত্তৰঃ

(৮) উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিবনে ? যদি নাথাকে, কিয় ?

উত্তৰঃ

(৯) উদ্ভিদে কি কি পদাৰ্থ উৎপন্ন পৰে ?

উত্তৰঃ

(১০) জৈৱ-ৰায়াসনিক শক্তি কাক বোলে ?

উত্তৰঃ

(১১) শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় ? দুবিধ শস্য খোৱা চৰাই নাম লিখা ।

উত্তৰঃ

(১২) পেলিকান চৰায়ে কিদৰে আহাৰ খায় ?

উত্তৰঃ

(১৩) শুদ্ধ বাক্যটো লিখা ।

(ক) পখিলা আৰু জোকৰ আহাৰ গোটা/জুলীয়া ।

উত্তৰঃ

(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা চোবাই খায়/গোটে গোটে গিলি থয় ।

উত্তৰঃ

(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান/সমান নহয় ।

উত্তৰঃ

(ঘ) প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে/নাথাকে ।

উত্তৰঃ

(ঙ) ওকণি পৰজীৱী প্ৰাণী হয়/নহয় ।

উত্তৰঃ