Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Social Science Chapter 12 Answer নিৰ্বাচনৰ ধাৰণা

Chapter 10

নিৰ্বাচনৰ ধাৰণা

প্ৰাশ্নাৱলীঃ
১। ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্রয়ােজন হয়?
উত্তৰঃ শাসন ব্য়ৱস্থা।

২। নির্বাচন মানে কি?
উত্তৰঃ নিৰ্বাচন মানে হ’ল এটা বাছনি প্ৰক্ৰিয়া বা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়।

৩। আমাৰ দেশত কিমান বছৰ বয়সৰপৰা নিৰ্বাচনত অংশ ল’ব পাৰি?
উত্তৰঃ ১৮ বছৰ বয়সৰ পৰা।

৪। নির্বাচনৰ ক্ষেত্ৰত প্রয়ােজন হােৱা সামগ্রী কেইপদমানৰ নাম লিখা।
উত্তৰঃ ৰাইজ, ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি।

৫। নির্বাচনত কোনে জয়লাভ কৰে?
উত্তৰঃ নিৰ্বাচনত যোন প্ৰাৰ্থীয়ে বেছি ভোট প্ৰায় তেওঁ জয়লাভ কৰে।

৬। আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্রপতিগৰাকীৰ নাম লিখা।
উত্তৰঃ ৰামনাথ কোবিন্দ।

৭। আমাৰ দেশৰ বর্তমান প্রধানমন্ত্রীগৰাকীৰ নাম লিখা।
উত্তৰঃ নৰেন্দ্ৰ মোদি।

৮। আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম লিখা।
উত্তৰঃ জগদীশ মুখী।

৯। আমাৰ ৰাজ্যৰ বর্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম লিখা।
উত্তৰঃ হিমন্ত বিশ্ব শৰ্মা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects