Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Assamese Chapter 7 Answer জোনৰ মৰম 

জোনৰ মৰম 

 Lesson 7

 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

নিলগ    =    আঁতৰ; দূৰ

ৰংমনে    =     আনন্দমনে

ডেই-পুৰি মৰ্    =    জ্বলি-পুকি মৰ

নিতউ    =    নিতৌ ( পদ্যতহে ব্যৱহাৰ হয় )

[১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁ ঃ

ক) জোনবাইৰ ক’ত ঘৰ ? 

উত্তৰঃ জোনবাইৰ আকাশত ঘৰ।

খ) জোনবােয় কাৰ সৈতে বালিঘৰ সাজে ?

উত্তৰঃ জোনবায়ে তৰাৰ সৈতে বালিঘৰ সাজে।

গ) লুকাভাকু খেলত জোনবয়ে কি কৰে ? 

উত্তৰঃ লুকাভাকু খেলত জোনবায়ে জুমি জুমি চায়।

ঘ) জোনবায় কিয় ডেই-পুৰি মৰোঁ বুলি কৈছে ?

উত্তৰঃ জোনবায় সোণাইক দূৰত দেখি ডেই-পুৰি মৰো বুলি কৈছে।

ঙ) জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে ?

উত্তৰঃ জোনবায়ে জোনালী নিশা আইতাৰ সাধু শুনে। 

চ) জোনবায়ে কাক ‘অকণি সোণাই’ বুলি কৈছে ?

উত্তৰঃ জোনবায়ে কবিক অকণি সোণাই বুলি কৈছে।

[২] ওপৰৰ ক-ৰপৰা চ-লৈ লিখা উত্তৰখিনি লগ লগাই কি হয় লিখি চোৱাঁচোন ?

উত্তৰঃ জোনবাইৰ আকাশত ঘৰ। জোনবায়ে তৰাৰ সৈতে বালিঘৰ সাজে। লুকাবাকু খেলত জোনবায়ে জুমি জুমি চায়ে। জোনবায় সোমাইক দূৰত দেখি ডেই-পুৰি মৰো বুলি কৈছে। জোনবায়ে জোনালী নিশা আইতাৰ সাধু শুনে। জোনবায়ে কবিক অকণি সোণাই বুলি কৈছে। ওপচচ (ক) ৰ পৰা (চ) উত্তৰখনিক লগ লগাই জোনবায়ৰে বিষয়ে এটা চমু টোকা হয়। 

[৩]বাক্য ৰচনা কৰাঁ ঃ

ঘনে ঘনেঃ জোনবায়ে সোণাইক ঘনে ঘনে চাই থাকে।

 বালিঘৰঃ জোনবায়ে তৰাৰ লগত বালিঘৰ সাজে।

লুকাভাকুঃ ৰাহুলহঁতে লুকাভাকু খেলি বহুত ভাল পায়।

জুমি জুমিঃ আইতাকৰ কথা শুনি নাতিহঁতে জুমি জুমি আকাশৰ তৰা চাঁই আছে ।

 মিচিকি মিচিকিঃ আইতাৰ সাধু শুনি জোনবায়ে মিচিকি মিচিকি হাঁহি মাৰে।

[৪] বুজা আৰু লখাঁ ঃ

জোন    =  চন্দ্ৰ       

পৃথিৱী    =     ধৰণী           

তৰা    =       নক্ষত্ৰ         

বেজাৰ    =      দুখ            

আইতা    =       আই         

আকাশ    =       গগন         

[] পঢ়া, বুজা আৰু লিখাঁ ঃ

জুন    –    জোনালী    

সুণ    –     সোনালী              

ৰূপ    –      ৰূপালী              

ৰ’দ    –          ৰদালী         

তৰা    –        তৰালী           

ৰং    –         ৰঙালী          

[৬] আকাশ, জোন আৰু তৰাৰ বিষয় কবিতা ৰচনা কৰিবলৈ যত্ন কৰাঁচোন।

[৭] তলত দিয়া উপযুক্ত শব্দটো বিচাৰি খালী ঠাই পূৰ কৰাঁ ঃ

জুমিজুমি, মিচিক্-মাচাক্, ৰিণিক-ৰিণিক, লুকাভাকু।

ক) জোনটোৱে আকাশত ডাৱৰৰ লগত        লুকাভাকু           খেলিছে।

খ) সৰু ছোৱালীজনীয়ে  মিচিক-মাচাক                কৰি হাঁহি আছে।

গ) ল’ৰাটোৱে মানুহখিনিলৈ  জুমিজুমি                    চাই আছে।

ঘ) দূৰৰৈ বাঁহীৰ সুৰ   ৰিণিকি-ৰিণিকি                 শুনা গৈছে।

[৮] বুজা আৰু লিখাঁ ঃ

বালিৰে সজা ঘৰ    =    বালিঘৰ

খেৰেৰে খজা ঘৰ    =       খেৰীঘৰ           

ৰন্ধন কাৰ্য্য কৰিবলৈ সজা ঘৰ    =        ৰান্ধনীঘৰ           

জিৰাবলৈ সজা ঘৰ    =      জিৰণীঘৰ       

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects