AJB Class 5 Science Chapter 1 Answer জীৱৰ বৈশিষ্ট্য

জীৱৰ বৈশিষ্ট্য

পাঠ ১

১) প্রট’প্লাজম ক’ত থাকে? প্রট’প্লাজমত কি কি পদার্থ থাকে?

উত্তৰঃ 

২) জীৱৰ বৈশিষ্ট্যবােৰ কি?

উত্তৰঃ 

৩) বৃদ্ধি আৰু বিকাশ কি?

উত্তৰঃ 

৪) জীৱই কোনাে উদ্দীপকৰ প্রতি কেনেকৈ সঁহাৰি জনায়? কিতাপত নথকা দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

৫) শ্বাস প্রক্রিয়া কি? মানুহৰ দেহত এই প্রক্রিয়াটো কেনেকৈ চলে লিখা।

উত্তৰঃ 

৬) উদ্ভিদে কোনখিনি কার্বন ডাই-অক্সাইড গ্রহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা।

উত্তৰঃ

৭) জীৱ আৰু জড়ৰ মাজৰ পার্থক্যবােৰ লিখা।

উত্তৰঃ 

৮) একোটা শব্দেৰে খালী ঠাই পূৰণ কৰা।

(ক) প্ৰ’টপ্লাজম থকা গােটবােৰক   বােলে।

(খ) প্ৰ’টপ্লাজমত আটাইতকৈ সৰহ পৰিমাণে থকা পদার্থবিধ হ’ল  । 

(গ) বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা  ।  

(ঘ) কেঁচুৱে  ৰ সহায়ত উশাহ লয়।

(ঙ) বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই   অৱস্থা পায়।

(চ) কেৱল   নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে।

(ছ) জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ সময়ছােৱাক   বােলে।

(জ) এবছৰতে বাঢ়ি নতুন গুটি ওলােৱাৰ পিছত মৰি যােৱা দুবিধ গছ হ’ল   আৰু  ।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top