Chapter 13
জোখ-মাখ-২
প্ৰশ্নাৱলী
( ১ ) এমকেএছ পদ্ধতিত তলত দিয়া ৰাশিসমূহৰ একক কি?
ভৰ, আয়তন, কালি, ঘনত্ব
উত্তৰঃ এমকে এছ পদ্ধতিত তলত দিয়া ৰাশিসমূহৰ একক ভৰৰ মিটাৰ, আয়তন কিলোমিটাৰ, কালি
( ২ ) একক বর্গ কাক কোৱা হয়? ৭২ বর্গ মি.ত একক বর্গ কিমানটা থাকিব ?
উত্তৰঃ এক বৰ্গ মিটাৰ কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বুলি কোৱা হয়।
( ৩ ) পাত এটাৰ কালি কেনেকৈ উলিয়াবা বর্ণনা কৰা ।
উত্তৰঃ কালিৰ একক হ’ল বৰ্গ মিটাৰ। যিটো বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দীঘ ১ মিটাৰ, সেই বৰ্গক্ষোত্ৰৰ কালি ১ বৰ্গ মি.। ১ বৰ্গ মি. কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বোলা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰাই পাত এটাৰ কালি উলিয়াব পাৰি।
( ৪ ) লব্ধ একক কাক বােলে? তিনিটা উদাহৰণ দিয়া ।
উত্তৰঃ মৌলিক একক মিটাৰ, কিল’ গ্ৰাম আৰু ছেকেণ্ডৰ পৰা পোৱা আন এককবোৰক লব্ধ একক বোলে।
( ৫ ) এটা কাঠৰ টুকুৰাৰ দীঘ ৪০ ছেমি., পুতল ২৫ ছেমি. আৰু উচ্চতা ১০ ছেমি.। কাঠৰ টুকুৰাটোৰ আয়তন উলিওৱা ।
উত্তৰঃ কাঠ টুকুৰাৰ দীঘ= ৪০ ছে. মি
পুতল=২৫ ছে.মি
উচ্চতা= ১০ ছে.মি
এতেকে, আয়তন= ৪০X ২৫X ১০
= ১০০০০ঘন ছে.মি
( ৬ ) ওপৰত দিয়া কাঠৰ টুকুৰাটোৰ আয়তন ঘন মিটাৰত কিমান হ’ব?
উত্তৰঃ ( FOR STUDENTS )
( ৭ ) ১ ঘন মি.ত ছিজিএছ পদ্ধতিৰ কিমানটা একক বর্গ ধৰিব?
উত্তৰঃ ( FOR STUDENTS )
( ৮ ) এটা ঘৰৰ মজিয়াৰ দীঘ ১০ মি . আৰু পুতল ৬ মি.। মজিয়াখনৰ কালি কিমান? মজিয়াখন পকী কৰিবলৈ ২০ ছেমি. দীঘল আৰু ৬ ছেমি . পুতলৰ কেইটা ইটা লাগিব?
উত্তৰঃ একোটা ইটাৰ কালি = দীঘ ✖ পুতল
= ১০ মি. ✖ ৬ মি.
= ৬০ বৰ্গ মি.
মজিয়াখনৰ কালি = দীঘ ✖ বহল
= ২০ ছমি. ✖ ৬ ছমি.
= ২০০ ছমি. ✖ ৬০ ছমি.
= ১২০০০ বৰ্গ ছেমি.
এতেকে,
মজিয়াখনত লগাব পৰা ইটাৰ সংখ্য়া = (কোঠাটোৰ কালি)/(এটা ইটাৰ কালি)
= (১২০০০ বৰ্গ ছেমি.)/(৬০ বৰ্গ মি.)
= ২০০ টা
উত্তৰঃ ২০০ টা
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post