AJB Class 5 Social Science Chapter 4 Answer পৃথিৱীৰ এটি প্ৰাচীন সভ্য়তা-সিন্ধু সভ্যতা

Chapter 4

পৃথিৱীৰ এটি প্ৰাচীন সভ্য়তা-সিন্ধু সভ্যতা

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) মহেঞ্জদাৰোত আৱিষ্কাৰ হোৱা ভগ্নাৱেশবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটি কি?

উত্তৰঃ 

খ) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তৰঃ 

গ) হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল?

উত্তৰঃ 

ঘ) ‘কুঁজ থকা বলধৰ চিহ্ন’ সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা কি বস্তু বেছিকৈ দেখিবলৈ পোৱা যায়?

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰাঁ।

ক)            নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল।

খ) ইৰাকৰ পুৰণি নামটো              ।

গ) সিন্ধু সভ্যতাৰ ‘ৰাজহুৱা স্নানাগাৰ’ টো             নগৰত আৱিষ্কাৰ হৈছিল।

৩। শুদ্ধ নে অশুদ্ধ লিখাঁ।

( ক ) সিন্ধু উপত্যকাবাসীয়ে লােৰ ব্যৱহাৰ জানিছিল । 

উত্তৰঃ 

( খ ) হৰপ্পা আৰু মহেঞ্জদাৰাে বর্তমান বাংলাদেশৰ অন্তৰ্গত ।

উত্তৰঃ 

( গ ) মায়া আৰু ইন্কা সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা নাই । 

উত্তৰঃ 

( ঘ ) সিন্ধু সভ্যতাত মৃতদেহ দাহ কৰা হৈছিল । 

উত্তৰঃ 

( ঙ ) সিন্ধু সভ্যতাৰ যুদ্ধৰ সা – সঁজুলিবােৰ বগীতামেৰে নির্মিত আছিল। 

উত্তৰঃ 

৪। চমুটোকা লিখা । 

(ক) সিন্ধু উপত্যকাৰ মানুহৰ জীৱন – নির্বাহৰ উপায় ।

উত্তৰঃ  

(খ) সিন্ধু উপত্যকাৰ মানুহৰ বেপাৰ – বাণিজ্য । 

উত্তৰঃ 

( গ ) সিন্ধু উপত্যকাৰ নগৰসমূহৰ গঠন – প্রণালী । 

উত্তৰঃ 

( ঘ ) সিন্ধু উপত্যকাৰ সভ্যতাত ধাতুৰ ব্যৱহাৰ ।

উত্তৰঃ

Scroll to Top