AJB Class 6 English Chapter 6 Answer Parts of the body

Lesson 6

Parts of the body

( শৰীৰৰ অংগ-প্ৰত্যংগ )

Comprehension:

Answer the following questions in complete sentences:

বাক্য সমূহৰ সম্পূৰ্ণ ভাবে উত্তৰ দিয়া: 

1. How many fingers and toes are there in our body? 

আমাৰ শৰীৰত কেইটা হাতৰ আৰু ভৰিৰ আঙুলি আছে?

Ans: There are ten fingers and ten toes in our body.

আমাৰ শৰীৰত দহ টা কৈ হাতৰ আৰু ভৰিৰ আঙুলি আছে।

2. How many elbows and eyebrows are there in our body? 

আমাৰ শৰীৰত কেইটা কিলাকুটি আৰু কেইডাল ভ্ৰূ আছে?

Ans: There are two elbows and two eyebrows in our body.

আমাৰ শৰীৰত দুটা কিলাকুটি আৰু দুডাল ভ্ৰূ আছে।

3. How many arms and knees are there in our body? 

আমাৰ শৰীৰত কেইটা বাহু আৰু কেইটা ঘিলা আছে?

Ans: There are two arms and two knees in our body. 

আমাৰ শৰীৰত দুটা বাহু আৰু দুটা ঘিলা আছে।

4. Find out five pairs of rhyming words from the poem.  

ৰাইমিং শব্দৰ ৫টা জোৰা লিখা।

(Rhyming words: to end with the same sound) 

(ৰাইমিং শব্দ: একে সুৰেৰে সমাপ্ত হোৱা শব্দ)

Ans: 1) Toes-Nose ( ভৰিৰ আঙুলি-নাক )

2) Feet-Teeth (ভৰি-দাঁত ) 

3) Elbows-eyebrows ( কঁকাল-ভ্ৰু) 

4) Cheeks-knees (গাল-আঁঠু )

5) Forehead-head ( কপাল-মূৰ ) 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top