অনুশীলনীঃ
১। শংকৰে অ- ফলা আৰু ক- ফলা দুখন লিখিবলৈ শিকি উঠিয়েই আ- কাৰ, ই- কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল ? কবিতাটি মুখস্থ লিখাঁ ।
উত্তৰঃ-
“কৰতল কমল কমল-দল নয়ন।
ভবদব গহন গহন বন শয়ন।।নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
জগদঘ মপহৰ ভয়ভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন।।
২। শংকৰ ‘শংকৰদেৱ’ নামেৰে কেতিয়াৰপৰা আৰু কিয় পৰিচিত হয় ? খৰচি মাৰি লিখাঁ ।
উত্তৰঃ- শংকৰ ‘শংকৰদেৱ’ নামেৰে তেখেতে আ-কাৰ আৰু ই-কাৰ নোহোৱকৈ কবিতাটো লিখাৰ পৰাই। কবিতাটো লিখাৰ কাৰণে।
৩। গুৰুগৃহৰপৰা শংকৰে লগত লৈ অহা সম্পদবিধ কি ? কেনেকুৱা সম্পদ ?
উত্তৰঃ- গুৰুগৃহৰ পৰা শংকৰে লৈ অহা সম্পদবিধ বিদ্যা। আৰু ই অমূল্য সম্পদ।
Question Type : Sumit Patar
Answer Type : Himanku Bora
Post ID : DABP006621
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post