AJB Class 6 Science Chapter 7 Answer উদ্ভিদ আৰু ইয়াৰ অংগসমূহ

পাঠ ৭

উদ্ভিদ আৰু ইয়াৰ অংগসমূহ

শুদ্ধ উত্তৰ বাছি উলিওৱা-
i) তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিধ হ’ল-

a) মূলা

b)আদা

c) কঁঠাল

d) ঢেকীয়া

উত্তৰঃ

ii) সমান্তৰাল সিৰা পোৱা যায়-

a) কলপাতত

b) আমৰ পাতত

c) জবা গছৰ পাতত

d) আঁহত গছৰ পাতত

উত্তৰঃ

iii) তলত দিয়া কোনটো কাণ্ড নহয়

a) গাজৰ

b) আদা

c) আলু

d) হালধী

উত্তৰঃ

খালী ঠাই পূৰ কৰা—
( a ) স্ত্রীস্তৱকৰ বাহিৰৰ মূৰটোত থকা ৰঙা টেমুনাৰ দৰে অংশক গৰ্ভমূণ্ড বোলে।

(b) বেংছতা হ’ল এবিধ ভেঁকুৰ।

(c) অমিতাৰ ফুল অসম্পূর্ণ ফুলৰ উদাহৰণ।

(d) মটৰমাহ এবিধ আৰোহী লতা।

গছৰ কোন অংশই খাদ্য প্রস্তুত কৰিব পাৰে উল্লেখ কৰা।
উত্তৰঃ

উদ্ভিদৰ কোনটো অংশত গর্ভাশয় থাকে?
উত্তৰঃ

মধ্যসিৰা মানে কি লিখা।
উত্তৰঃ

পাহিবােৰ কিয় ৰঙীণ হয় লিখা।
উত্তৰঃ

সালােকসংশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ

সমান্তৰাল সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ

(1) কলপাত

(2) ঘেহুঁ

(3) গোমধান আৰু

(4) ঘাঁহ।

জাল – সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ

(1) আহঁত

(2) আম পাত

(3) তুলসী পাত আৰু

(4) জাম পাত।

কাণ্ডৰ কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ

পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখা।
উত্তৰঃ

Scroll to Top