AJB Class 6 Social Science Chapter 16 Answer প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস

পাঠ ১৬

প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস

১। এটা বাক্যত উত্তৰ লিখা।

(ক) ভূগােল মানে কি বুজা?

উত্তৰঃ

(খ) ভূগােলৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ

(গ) ভূ-প্রাকৃতিক ভূগােলে কি কি অধ্যয়ন কৰে?

উত্তৰঃ

(ঘ) পেঞ্জীয়া আৰু পেন্থালাছা কি?

উত্তৰঃ

(ঙ) জলবায়বীয় ভূগােল মানে কি?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা।

(ক) মেঘালয়ৰ _ ত পৃথিৱীৰ সর্বাধিক বৰষুণ হয়।

(খ) ভাৰতৰ পশ্চিমত থকা মৰুভূমিখনৰ নাম_

(গ) টেথিছ সাগৰৰ উত্তৰত থকা স্থলভাগৰ নাম _

(ঘ) পৃথিৱীয়ে _ কোণ কৰি হালি সূৰ্য্যৰ চাৰিওফালে ঘূৰে।

(ঙ) বিষুব অঞ্চলৰ গছ-গছনিবােৰ __

৩। হিমালয় পর্বতৰ সৃষ্টি কেনেদৰে হৈছিল লিখা।

উত্তৰঃ

৪। বিষুব অঞ্চলৰ এটা বর্ণনা দিয়া।

উত্তৰঃ