AJB Class 6 Social Science Chapter 18 Answer আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

পাঠ ১৮

আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

১। চমু উত্তৰ লিখা।

(ক) বতৰ মানে কি?

উত্তৰঃ

(খ) জলবায়ু কাক বােলে?

উত্তৰঃ

(গ) অসমত ঋতু কেইটা আৰু কি কি?

উত্তৰঃ

(ঘ) অসমৰ কিমান লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ

২। ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কৃষিৰ ক্ষেত্ৰত পিছপৰা কিয়? কাৰণ দৰ্শাই লিখা।

উত্তৰঃ

৩। অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰাে।

উত্তৰঃ

৪। অসমৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহে কৃষিক কিয় প্রধান বৃত্তি হিচাপে লয়?

উত্তৰঃ

৫। শিক্ষাগুৰুৰ সহায় লৈ জলবায়ুৰ লগত সম্পর্ক ৰাখি অসমত কি কি শস্য উৎপাদন কৰা হয়, তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ