Might Learn Logo Might Learn

AJB Class 7 Science Chapter 11 Answer গতি আৰু সময়

অধ্যায়ঃ ১১

গতি আৰু সময়

শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i ) মটৰগাড়ীৰে গুৱাহাটীৰপৰা নলবাৰী আৰু পাঠশালালৈ যাবলৈ সময় লাগে ক্ৰমে 2 ঘণ্টা আৰু 3 ঘণ্টা । এতেকে গুৱাহাটী – নলবাৰীৰ দূৰত্ব

a ) গুৱাহাটী – পাঠশালাৰ দূৰত্বৰ সমান

b ) গুৱাহাটী – পাঠশালাৰ দূৰত্বৰ আধা

c ) গুৱাহাটী – পাঠশালাৰ দূৰত্বতকৈ কম

d ) গুৱাহাটী আৰু পাঠশালাৰ দূৰত্বতকৈ বেছি

উত্তৰঃc ) গুৱাহাটী – পাঠশালাৰ দূৰত্বতকৈ কম

ii ) ‘ উৰাজাহাজেৰে গুৱাহাটীৰপৰা কলিকতালৈ যাবলৈ সময় লাগে মাথােন এঘণ্টা । এতেকে কলিকতা গুৱাহাটীৰ নিচেই ওচৰত । — বিবৃতিটো

a ) সত্য কাৰণ ভ্ৰমণৰ সময় মাথােন এঘণ্টা ।

b ) অসত্য কাৰণ ভ্ৰমণৰ সময়ৰ ওপৰত দূৰত্ব নির্ভৰ নকৰে

c ) অসত্য কাৰণ উৰাজাহাজে কম সময়তে বহু বেছি দূৰত্ব অতিক্রম কৰিব পাৰে

d ) b আৰু c দুয়ােটাই শুদ্ধ

উত্তৰঃ a ) সত্য কাৰণ ভ্ৰমণৰ সময় মাথােন এঘণ্টা ।

iii ) ধীৰগামী বাহনৰ বাবে দ্রুতিৰ মান

a ) কম b ) বেছি c ) মজলীয়া । d ) এটাও নহয়

উত্তৰঃ a ) কম

iv ) S .I.. একক পদ্ধতিত সময়ৰ একক—

a ) ঘণ্টা b ) মিনিট c ) ছেকেণ্ড d ) এটাও নহয়

উত্তৰঃ c ) ছেকেণ্ড

v ) পৃথিৱীৰ ঘূর্ণনৰ বাবে

a ) দিন – ৰাতি হয় b ) জহকালি – জাৰকালি হয় c ) দিন চুটি – দীঘল হয় d ) a আৰু c

উত্তৰঃ d ) a আৰু c

vi ) দ্ৰুতি গড় মান গতিশীল বস্তুটোৰ

a ) সর্বোচ্চ দ্রুতিৰ সমান

b ) সর্বনিম্ন দ্রুতিৰ সমান

c ) সর্বোচ্চ আৰু সর্বনিম্ন দ্রুতিৰ মাজভাগত থকা এটা মান

d ) a আৰু b

উত্তৰঃ d ) a আৰু b

vii ) 24 ঘণ্টীয়া ঘড়ীত ৪ বাজিলে 12 ঘণ্টীয়া ঘড়ীত

a ) 8 বাজিব ” b ) 20 বাজিব c ) 16 বাজিব d ) ওপৰৰ এটাও নহয়

উত্তৰঃ a ) 8 বাজিব

viii ) সুষম গতিৰে গতিশীল বস্তু এটাৰ গতিৰ সময়ছােৱাত

a ) দ্রুতিৰ মান একে থাকে কিন্তু গতিৰ দিশ সলনি হয়

b ) দ্রুতিৰ মান সলনি হয় কিন্তু গতিৰ দিশ একে থাকে

c )দ্রুতিৰ মান আৰু গতিৰ দিশ একে থাকে

উত্তৰঃ b ) দ্রুতিৰ মান সলনি হয় কিন্তু গতিৰ দিশ একে থাকে

ix ) 12 ঘণ্টীয়া ঘড়ীত ঘণ্টাৰ কাটাডাল এদিনত 6 সংখ্যাটোৰ ওপৰত কেইবাৰ পৰিব ?

a ) এবাৰ b ) দুবাৰ

c ) তিনিবাৰ d ) চাৰিবাৰ

d ) a আৰু b দুয়োটাই শুদ্ধ

উত্তৰঃ b ) দুবাৰ

12 ঘন্টীয়া ঘড়ীত মিনিটৰ কাঁটাডাল এদিনত 6 সংখ্যাটোৰ ওপৰত কেইবাৰ পৰিব ?

a ) 12 বাৰ b ) 24 বাৰ c ) 25 বাৰ d ) 13 বাৰ

উত্তৰঃ a ) 12 বাৰ

xi ) ভাৰতৰ জাতীয় কেলেণ্ডাৰখন হল-

a) গ্ৰেগ’ৰীক কেলেণ্ডাৰ b ) ভাস্কৰাব্দ কেলেণ্ডাৰ c ) শকাব্দ কেলেণ্ডাৰ d ) a আৰু c

উত্তৰঃ a) গ্ৰেগ’ৰীক কেলেণ্ডাৰ

উত্তৰ লিখা :
a ) দ্রুতি কাক বােলে ?

উত্তৰঃ বস্তু এটাই অতিক্ৰম কৰা সময়ক বস্তুটোৰ দ্ৰুতি বোলে।

b ) দ্রুতি , ভ্ৰমণৰ সময় আৰু গতিপথৰ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা ।

উত্তৰঃ গাড়ীখন লৈ কৰবালৈ গৈ থাকোতে গাড়ীখন কিমান গতিত যাব সেইটোৱে হৈছে দ্ৰুতি। আকৌ সেই ঠাইদুখৰ পাবলৈ কিমান সময় লাগিব। আৰু গতিপথটো কিমান দৈৰ্ঘ্যৰ হ’ব। যদি গাড়ীখন যিমান দূৰলৈ যাব লাগিব তাক নাজানে কিমান দ্ৰুতিত গাড়ীখন চলাব লাগিব কেনেদৰে বুজি পাব।

c ) দ্রুতগামী বস্তুৰ দ্ৰুতিৰ মান কিয় বেছি ?

উত্তৰঃ দ্ৰুতগামী বস্তুৰ দ্ৰুতিৰ মান বেছি কাৰণ- বস্তুটো বহুত Speed ত যাব পাৰে।

d ) ধীৰগামী বস্তুৰ দ্ৰুতিৰ মান কিয় কমে ?

উত্তৰঃ ধীৰগতি বস্তুৰ দ্ৰুতিৰ মান কম কাৰণ- ধীৰগতি বস্তু এটা সদায় লাহে লাহে যায়।

e ) দ্রুতিৰ এছ আই একক কি ?

উত্তৰঃ মি./ছেকেণ্ড।

f ) এটা গতিশীল বস্তুরে 5 মিনিটত 100 মি . পথ অতিক্রম কৰিলে বস্তুটোৰ দ্রুতি কিমান হব ?

সমাধানঃ বস্তুটোৱে 5 মিনিটত পথ অতিক্ৰম কৰে= 100 মি.

                       বস্তুটোৰ দ্ৰুতি= 5/100

                                                 = 20

g ) এখন মটৰগাড়ীয়ে ৰাতিপুৱা 8 বজাত যাত্ৰা আৰম্ভ কৰি দুপৰীয়া 12 বজাত গন্তব্যস্থল পায়গৈ । গাড়ীখনৰ দ্রুতিৰ গড়মান 60 কিমি . ঘণ্টা হলে ঠাইখনৰ দূৰত্ব কিমান ? গাড়ীখনৰ দ্ৰুতিৰ গড়মান মি . / ছেকেণ্ড এককত প্রকাশ কৰা ।

সমাধানঃ

h ) স্পীড মিটাৰ কি ?

উত্তৰঃ স্পীড মিটাৰ দ্ৰুতি মাপক যন্ত্ৰ যি প্ৰতিটো মুহুৰ্তত গাড়ীখনৰ দ্ৰুতিৰ মান দেখুৱাই।

i ) অ’ড ‘ মিটাৰ কি ?

উত্তৰঃ অ’ড’মিটাৰ বা দূৰত্বমাপক যন্ত্ৰ গাড়ীখনে অতিক্ৰম কৰা সমগ্ৰ দূৰত্বৰ মান কিলমিটাৰ এককত দেখুৱাই।তাক অ’ড’মিটাৰ বোলে।

j ) সুষম গতি কাক বােলে ?

উত্তৰঃ কোনো এটা বস্তুৱে বা বাহনে যাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈ যদি একে দিশত একে দ্ৰুতিৰে গতি কৰি থাকে তেন্তে সেই গতিক সুষম গতি বোলে।

k ) তুমি স্কুলবাছত উঠি স্কুললৈ গৈছা । তােমাৰ সেই গতি সুষমনে ?

উত্তৰঃ হয়।

1 ) সময় কি ?

উত্তৰঃ কোনো এটা কাম কোনটো আগত কৰিছো বা কোনটো পাছত কৰিছো তাক যি মাধ্যমেৰে নিৰ্ণয় কৰিম তাকে সময় বোলে।

m ) পর্যাবৃত্ত গতি কি ? এই গতিৰ চাৰিটা উদাহৰণ দিয়া ।

উত্তৰঃ এটা দোলন এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে একেখিনি ঠাইলৈ ঘূৰি আহে বা তাৰ পুনবৃত্তি হয় তাক পৰ্যাবৃত গতি বোলে।

n ) সময়ৰ জোখ – মাখৰ বাবে পর্যাবৃত্ত গতিৰ কোনটো ধৰ্মৰ সহায় লােৱা হয় ?

উত্তৰঃ পৰ্যায়কাল।

O ) আধুনিক বিজ্ঞানৰ পিতৃ কাক বােলা হয় ?

উত্তৰঃ গেলিলিঅ’ গেলিলিক আধুনিক বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

p ) দোলক ঘড়ী প্রথমতে কোনে সাজি উলিয়ায় ?

উত্তৰঃ দোলক ঘড়ী প্ৰথমতে ক্ৰিষ্টিয়ান হাইগেন্চে সাজি উলিয়ায়।

q ) সৌৰদিন কি ?

উত্তৰঃ? মাজৰাতিৰ পৰা পৰৱৰ্তী মাজৰাতিলৈ অতিবাহিত হোৱা সময়ক সৌৰদিন বোলা হয়।

r ) এদিনত কিমান ছেকেণ্ড গণনা কৰি উলিওৱা ।

উত্তৰঃ এদিনত ৮৬৪০০ ছেকেণ্ড।

s ) পৃথিৱীৰ ঘূর্ণনৰ বাবে দিন – ৰাতি কেনেকৈ হয় ?

উত্তৰঃ আহ্নিক গতিৰ ফলত।

t ) গ্রেগ’ৰী কেলেণ্ডাৰৰ জানুৱাৰি মাহৰ নামটোৰ তাৎপর্য কি ?

উত্তৰঃ গ্ৰেগ’ৰী কেলেণ্ডাৰৰ জানুৱাৰী মাহৰ তাৎপর্য হ’ল- এজন জানুচ নামৰ দেৱতাৰ নামত এই মাহটোৰ নাম জানুৱাৰী ৰখা হৈছে।

u ) শকাব্দ কেলেণ্ডাৰ মতে বছৰৰ প্রথম মাহ কি আৰু কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ শকাব্দ কেলেণ্ডাৰ মতে বছৰৰ প্ৰথম মাহ চৈত্ৰ আৰু মাৰ্চ মাহৰ ২২ তাৰিখে আৰম্ভ হয়।

কিছু বহলাই লিখা :
a ) পৃথিৱীৰ পৰিভ্রমণ গতিৰ বিষয়ে বর্ণনা কৰাঁ ।

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰাকে আহ্নিক গতি বোলে।

পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাক বাৰ্ষিক গতি বোলে। আহ্নিক গতিৰ ফলত দিন-ৰাতি হয়। পৃথুৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূৰ্বলৈ ঘূৰে সেয়ে পূৱত থকা ঠাইসমূহ আগতিয়াকৈ সূৰ্যৰ মুখামুখি হয়।

b ) কেলেণ্ডাৰৰ বিষয়ে এখন চমু ৰচনা লিখা ।

উত্তৰঃ কেলেণ্ডাৰ হৈছে দিনবোৰ সংগঠিত কৰাৰ এক সঁজুলি। মানুহে তেওঁৰ বাবে কেলেণ্ডাৰ ব্যৱহাৰ কৰে আৰু চন্দ্ৰ হৈছে আটাইতকৈ মুখ্য প্ৰাকৃতিক, নিয়মীয়াকৈ পুনৰাবৃত্তি হোৱা ঘটনা যি সময় ৰক্ষণাবেক্ষণৰ বাবে উপযোগী, এনেদৰে বিশ্বব্যাপী প্ৰাক-আধুনিক সমাজত লুনেচন আৰু বছৰটো সচৰাচৰ সময় একক হিচাপে ব্যৱহাৰ কৰা হৈছিল। তথাপিও, ৰোমান বৰ্ষপঞ্জীত অতি প্ৰাচীন ইট্ৰুস্কান ১০ মাহৰ সৌৰ বৰ্ষৰ অৱশিষ্ট আছিল। প্ৰাচীন নিকট প্ৰাচ্যত লিখাবিকাশৰ ওপৰত নিৰ্ভৰশীল প্ৰথম ৰেকৰ্ড কৰা ভৌতিক কেলেণ্ডাৰবোৰ হৈছে ব্ৰঞ্জ যুগৰ ইজিপ্তিয়ান আৰু সুমেৰিয়ান কেলেণ্ডাৰছে যেতিয়া কিবা ঘটিছিল, আৰু যিবোৰ ঘটনা হোৱা নাই সেইবোৰৰ পৰিকল্পনা ৰখাৰ বাবে।

c ) সময়ৰ ডাঙৰ ডাঙৰ এককবােৰ কেনেদৰে সৃষ্টি হ’ল লিখা ।

উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আমাৰ Website ত চাওক।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects