অধ্যায়ঃ সোতৰ
অৰণ্যজাত সামগ্ৰী
খালী ঠাই পূৰ কৰা ;
i ) সম্পূর্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্রদায় হ’ল উপভোক্তা।
ii ) অৰণ্যৰ গুল্ম প্রতীক উদ্ভিদে আবৰা স্তৰটোক মুকুট বােলে ।
iii ) পৃথিৱীৰ আটাইতকৈ বেছি জৈৱবৈচিত্ৰ থকা অৰণ্য হ’ল _।
iv ) কীট , পতংগ , মৌমাখি , পখিলা আৰু চৰায়ে উদ্ভিদৰ_ সহায় কৰে ।
v ) বিভিন্ন অণুজীৱ , ভেঁকুৰ , বেক্টেৰিয়া , এক্টিন মাইছিটিছ আদিবােৰ হ’ল অৰণ্যৰ অণুজীৱৰ সমষ্টি।
শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i ) তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ?
a ) আঠা b ) প্লাইউড c ) লা d ) কেৰাচিন তেল
উত্তৰঃ d ) কেৰাচিন তেল
ii ) তলৰ কোনটো বাক্য শুদ্ধ নহয় ?
a ) অৰণ্যই ভূমিস্থলন আৰু গৰাখহনীয়াৰপৰা ৰক্ষা কৰে ।
b ) এখন অৰণ্যৰ জীৱ – জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় ।
c ) অৰণ্যই জলাশয় আৰু জল চক্ৰত প্ৰভাৱ পেলায় ।
d ) অৰণ্যৰ ভূমি অংশই উদ্ভিদৰ পুনৰ বৃদ্ধিত সহায় কৰে ।
উত্তৰঃ b ) এখন অৰণ্যৰ জীৱ – জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয় ।
iii ) অৰণ্যৰ উদ্ভিদবােৰৰ উপৰিভাগত থকা ডাল – পাতেৰে আবৰা অংশটোক কি বােলা হয় ?
a ) ত্রিভূজ b ) বৃত্ত c ) মুকুট d ) চতুর্ভুজ
উত্তৰঃ c ) মুকুট
iv ) অৰণ্যত বাস কৰা বাঘ এবিধ
a ) উৎপাদক b ) বিয়ােজক c ) উপভােক্তা d ) পৰজীৱী প্রাণী
উত্তৰঃ c ) উপভােক্তা
v ) অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্রধান উৎস—
a ) চন্দ্র b ) সূৰ্য c ) বায়ু d ) পানী
উত্তৰঃ b ) সূৰ্য
চমু উত্তৰ লিখা :
a ) কেনপি বুলিলে কি বুজা ?
উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ আমাৰ Website ত চাই লওঁক।
b ) অৰণ্যৰ বিভিন্ন স্তৰসমূহ কি কি ?
উত্তৰঃ মধ্য স্তৰ, শীৰ্ষ স্তৰ, নিম্ন স্তৰ, ভূমি সংলগ্ন স্তৰ।
c ) বায়ু প্ৰদূষণ ৰােধত অৰণ্যৰ গুৰুত্ব কি ?
উত্তৰঃ
d ) পচন সাৰ বুলিলে কি বুজা ?
উত্তৰঃ
4 , উত্তৰ লিখা :
a ) বিয়ােজক বুলিলে কি বুজা ? যিকোনাে দুবিধ বিয়ােজকৰ নাম লিখা । অৰণ্যত বিয়ােজকৰ ভূমিকা কি?
উত্তৰঃ
b ) প্ৰকৃতিত অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ সমতা বজাই ৰখাত অৰণ্যৰ ভূমিকাৰ বিষয়ে আলােচনা কৰাঁ ।
উত্তৰঃ
c ) এখন অৰণ্যত কোনাে বর্জনীয় সামগ্রী নাথাকে ‘ — বহলাই লিখা ।
উত্তৰঃ
d ) তােমাৰ দৃষ্টিত অৰণ্য ধ্বংসৰ কাৰণসমূহৰ বৰ্ণনা কৰাঁ । তুমি অৰণ্য ধ্বংস ৰােধ কৰিবলৈ কি কি প্রচেষ্টা ল’বা বহলাই লিখা ।
উত্তৰঃ
e ) অৰণ্য বুলিলে কি বুজা ? অৰণ্যৰ উৎপাদিত সামগ্রীবােৰ কেইভাগত বিভক্ত কৰিব পাৰি ? উদাহৰণৰ সৈতে বর্ণনা কৰাঁ ।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post