AJB Class 7 Science Chapter 9 Answer ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

অধ্যায়ঃ নৱম

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ;

i ) ভৌতিক পৰিৱৰ্তন ঘটিব যদি

a) চুণত পানী যােগ কৰা হয় b ) চেনি পানীত দ্রবীভূত কৰা c ) কাগজ জ্বলােৱা হয় d ) এল পি জি জ্বলােৱা হয়

উত্তৰঃ c ) কাগজ জ্বলােৱা হয়

ii ) ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় ?

a ) তাপ উৎপন্ন হ’ব পাৰে b ) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে c ) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে d ) তাপ শােষিত হব পাৰে

উত্তৰঃ b ) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে।

iii ) ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি

a ) মমবাতি জ্বলােৱা হয় b ) বৰফ গলে c ) পানী বাষ্পীভূত হয় । d ) মেগনেছিয়াম জ্বলােৱা হয়

উত্তৰঃ d ) মেগনেছিয়াম জ্বলােৱা হয়

  1. ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন লিখা :

i ) আইৰনৰপৰা দা গঢ়োৱা হৈছে ।- ৰাসায়নিকপৰিৱৰ্তন।

i ) পানীত চূণ মিহলােৱা হৈছে ।- ৰাসায়নিক পৰিৱৰ্তন

iii ) চূণ পানীক ষ্ট্র এডালেৰে ফুৱাই দিয়া হৈছে ।- ভৌতিক পৰিৱৰ্তন।

iv ) পানীত কপাৰ ছালফেট দ্রবীভূত কৰা হৈছে ।- ৰাসায়নিক পৰিৱৰ্তন।

v ) কাটি থােৱা আলু ক’লা পৰিছে ।- ভৌতিক পৰিৱৰ্তন।

vi ) গজাল এটাৰ বৰণ মুগা হৈছে ।- ভৌতিক পৰিৱৰ্তন।

vii ) খাদ্য হজম হৈছে ।- ৰাসায়নিক পৰিৱৰ্তন।

  1. খালী ঠাই পূৰ কৰা :

i ) নতুন পদাৰ্থৰ সৃষ্টি হােৱা পৰিৱৰ্তন হ’ল ৰাসায়নিক পৰিবৰ্তন ।

ii ) অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিৱৰ্তন হ’ল ভৌতিক পৰিৱর্তন ।

iii) পানী আৰু জলীয়বাষ্প ৰ উপস্থিতিত আইৰনত মামৰ ধৰে ।

iv ) মামৰ প্ৰতিৰােধৰ বাবে জিংকৰ প্রলেপ প্রয়ােগ কৰা প্ৰক্ৰিয়াটোৰ নাম হ’ল জিংকলেপন ।

v ) সালােকসংশ্লেষণত তাপ উৎপন্ন হয় ।

vi ) মামৰক ৰসায়নবিজ্ঞানত Fe2O3. H2O ৰে বুজোৱা হয় ।

  1. চুণ পানীৰ মাজেৰে কার্বন ডাইঅক্সাইড গেছ যাব দিয়া হৈছে । চূণ পানীৰ কেনেকুৱা পৰিৱৰ্তন দেখিবা ? কিয় এনে পৰিবর্তন হয় লিখা ।

উত্তৰঃ চুণপানীৰ মাজেৰে মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ যাব দিয়া হৈছে। চূণ পানীৰ ৰাসায়নিক পৰিৱৰ্তন হোৱা দেখা যাব। কাৰণ তাৰ পৰা এবিধ গেছ উৎপন্ন হয় আৰু তাপ উৎপন্ন হয়।

  1. নেমু টেঙাৰ ৰসত খােৱা ছডা যােগ কৰা হৈছে । তুমি কি দেখিবা আৰু কিয় দেখিবা লিখা ।

উত্তৰঃ নেমু টেঙাৰ ৰসত খোৱা ছডা যোগ কৰা হৈছে। ইয়াৰ পৰা গেছ উৎপন্ন হৈছে। কাৰণ- ছডা এবিধ ৰাসায়নিক পদাৰ্থ ।

  1. অলপমান গাখীৰ এটা কাচৰ গিলাছত লােৱা । গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যােগ কৰা । গিলাছটো লৰােৱা । গাখীৰখিনিৰ কিবা পৰিৱৰ্তন দেখিলানে ? এয়া কি পৰিৱৰ্তন হ’ব ?

উত্তৰঃ অলুমান গাখীৰ এটা কাচৰ গিলাচত লোৱা। গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যোগ কৰা। গিলাছটো লৰোৱা। গাখীৰখিনি ফাটি যাব। এয়া ভৌতিক পৰিৱৰ্তন।

7 , তৃতীয়া আৰু খােৱা ছ’ডাৰ ৰাসায়নিক নাম লিখা ।

উত্তৰঃ তৃতীয়াৰ ৰাসায়নিক নাম হ’ল- CuSo4 আৰু

খোৱা ছ’ডাৰ ৰাসায়নিক নাম হ’ল-NaHCO3।

৪. কেনেকুৱা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক’ব পাৰি লিখা ।

উত্তৰঃ i) নতুন পদাৰ্থৰ সৃষ্টি নহলে।

        ii)পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন ঘটিলে।

      iii) বৰণৰ পৰিৱৰ্তন হলে।

       iv) পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক'ব পাৰি।  
  1. ৰাসায়নিক পৰিবৰ্তনত কি কি ঘটিব পাৰে লিখা ।

উত্তৰঃ i) নতুন পদাৰ্থ উৎপন্নহলে।

      ii) তাপ উৎপন্ন বা শোষিত হলে।

    iii) গেছ উৎপন্ন হলে।

    iv) বৰণৰ পৰিৱৰ্তন হলে।

    v) পোহৰ নিৰ্গত হলে। ৰাসায়নিক পৰিৱৰ্তন ঘটিব পাৰে।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top