১। উত্তৰ লিখা :
ক ) ভূগৰ্ভত থকা গলিত পদার্থক কি বুলি কোৱা হয় ?
উত্তৰঃ ভূগৰ্ভত থকা গলিত পদাৰ্থক মেগমা বোলে।
( খ ) ছিয়াল স্তৰটো কি কি পদার্থৰে গঠিত ?
উত্তৰঃ ছিয়াল স্তৰটো গধুৰ উপাদান গ্ৰেনাইট ইলেৰে গঠিত।
( গ ) লাে আৰু নিকেলেৰে গঠিত স্তৰটোক কি নামেৰে জনা যায় ?
উত্তৰঃ লো আৰু নিকেলেৰে গঠিত স্তৰটোক নিফে নামেৰে জনা যায়।
( ঘ ) ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ কিমান শতাংশ ঠাই আগুৰি আছে ।
উত্তৰঃ ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ ৫ শতাংশ, প্ৰবাৰে ৮০ শতাংশ আৰু শাহ স্তৰটোৱে ১৫ শতাংশ ঠাই আগুৰি আছে।
2. খালী ঠাই পূৰ কৰাঁ :
( ক ) ভূত্বকতে মহাদেশ আৰু মহাসাগৰ আছে ।
( খ ) ছিমা স্তৰটো ছিলিকা আৰুগধুৰ উপাদানেৰে গঠিত ।
৩। ভূত্বক বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীখ বিভিন্ন পদাৰ্থৰ সংমিশ্ৰত গঠিত হৈছে। পদাৰ্থবোৰৰ ওপৰত ভিত্তি কৰি পৃথিৱীখনক কেইবাটাও মণ্ডলত ভাগ কৰা হয়।পৃথিৱীখনৰ একেবাৰে ওপৰৰ প্ৰায় 35-40 কিমি. ডাঠ তৰপটোক ভূত্বক বোলে।
৪। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ ছবি আঁকি দেখুওৱাঁ ।
উত্তৰঃ
পৃথিৱীৰ বিভিন্ন স্তৰকেইটা
৫। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ বিষয়ে লিখা ।
উত্তৰঃ
ছিয়াল স্তৰঃ
ছিয়াল স্তৰৰ তলৰ স্তৰটো তুলনামুলকভাৱে গধুৰ উপাদানেৰে গঠিত।এই স্তৰটোৰ ঘনত্ব ৩.১ আৰু ৫ আৰু ডাঠ প্ৰায় ২,৯০০ কি.মি.।
ছিমা স্তৰঃ
ছিমা স্তৰটোৰ পৰা একেবাৰে ভূ-কেন্দলৈ থকা স্তৰটো আটাইতকৈ গধুৰ উপাদানেৰে গঠিত।এই স্তৰটোৰ ঘনত্ব ১১ আৰু ডাঠ প্ৰায় ৩,৫০০ কিমি. ছিমা স্তৰটোৰ উপাদানবোৰৰ ভিতৰত নিকেল আৰু লো প্ৰাচুৰ্যতা অধিক।
নিফে স্তৰঃ
ছিয়া স্তৰক চমুকৈ নিফে বুলিও কয়।ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ ৫ শতাংশ, প্ৰবাৰে ৮০ শতাংশ আৰু শাহ স্তৰটোৱে ১৫ শতাংশ ঠাই আগুৰি আছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post