AJB Class 7 Social Science Chapter 3 Answer ভাৰতবৰ্ষত মােগল সাম্রাজ্য প্রতিষ্ঠা বাবৰ আৰু হুমায়ুন

ভাৰতবৰ্ষত মােগল সাম্রাজ্য প্রতিষ্ঠা বাবৰ আৰু হুমায়ুন

অধ্যায় – ৩

১। একোটিকৈ বাক্যত উত্তৰ লিখা

( ক ) দিল্লীৰ শেষ তুর্কী – আফগান সম্রাটগৰাকীৰ নাম কি ?

উত্তৰঃভাৰতৰ তুৰ্কূী আফগান সম্ৰাটগৰাকীৰ নাম ইব্ৰাহিম লোডী।

( খ ) পানিপতৰ প্রথম যুদ্ধ কিমান খ্রি.ত সংঘটিত হৈছিল ?

উত্তৰঃ পাতিনপতৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰী.ত সংঘতিত হৈছিল।

( গ ) মােগল ৰাজবংশৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ মোগল ৰাজবংশ প্ৰতিষ্ঠাতা জহৰুদ্দিন মহমমদ বাবৰ।

( ঘ ) বাবৰে জন্মগ্রহণ কৰা ৰাজ্যখনৰ নাম কি ?

উত্তৰঃ বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম- মধ্য এছিয়াৰ ফৰঘনা।

( ঙ ) বাবৰৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ বাবৰৰ আত্মজীৱনীখনৰ নামৰ তুদুব ই বাবৰী বা বাবৰনামা।

( চ ) পানিপতৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো কি?

উত্তৰঃ পানিপতৰ প্ৰথম যুদ্ধথ বাবৰে জয়লাভ কৰা প্ৰথম কাৰটো- সুসজ্জিত বন্দুক-বাৰুদ আৰু শৃংখলাবদ্ধ ১২.০০০ পদাতিক সৈন্যবাহিনী।

( ছ ) শূৰ বংশৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ  শুৰ বংশৰ প্ৰতিষ্ঠাতা ছেৰ ছাহ।

( জ ) ‘ গ্লেণ্ড ট্রাঙ্ক ৰ’ড ’ নামৰ আলিবাটটো ক’ৰপৰা ক’লৈ বিস্তৃত ?

উত্তৰঃ ‘’গ্লেণ্ড ট্ৰাক ৰ’ড’ বংগদেশৰ সোনাৰ গাৱঁৰ পৰা সিন্ধু উপত্যকালেৈ এই আলিবাটটো বিস্তৃত।

( ঝ ) ঘোঁৰাৰে ডাক অনা – নিয়াৰ ব্যৱস্থা পােন প্রথমে কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ ঘোঁৰাৰে ডাক অনা-নিয়াৰ  ব্যৱস্থা পোনপ্ৰথমে ছেৰ ছাহে কৰিছিল।

২। পানিপতৰ প্রথম যুদ্ধৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ পানিপতৰ প্ৰথম যুদ্ধঃ

ইব্ৰাহিক লোডীয়ে পানিপতৰ প্ৰথম যুদ্ধত ১৫২৬ খ্ৰি.ত পৰাস্ত কৰি বাবৰে ৰাজবংশ প্ৰতিষ্ঠাত কৰে।

১৫২৬ খ্ৰি.ত বাবৰে পানিপত নামৰ ঠাইত দিল্লিত চুলতান ইব্ৰাহিম লোডীৰ মুখামুখি সংঘৰ্ষত লিপ্ত হয়।বাবৰৰ বন্দুক-বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ ১২,০০০  পদাতিক সৈন্যবাহিনীৰ ওচৰত ইব্ৰাহিক লোডীৰ বিশাল পদাতিক, অশ্বাৰোহী, হস্তীবাহিনী পৰাজিত হয়।ৰণক্ষেত্ৰত ইব্ৰাহিক লোডডীৰ মৃত্ু হয়।লগে লগে দিল্লীৰ তুৰ্কী চুলতানৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ ইতিহাসত মোগল ৰাাজবংশই ভুমুকি মাৰে।

শাসনৰ অন্ত পৰে আৰু ভাৰতৰ ইতিহাসত মোগল ৰাাজবংশই ভুমুকি মাৰে।

৩। ছেৰ ছাহৰ প্রশাসনিক ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ ছেৰ ছাহৰ প্রশাসনিক ব্যৱস্থাঃ

অতি কম সময়ৰ বাবে দিল্লিৰ সিংংহাসনত আৰোহণ কৰা ছেৰছআহে নিজে নিজৰ দক্ষ প্ৰশাসনেৰে ভাৰতৰ ইতিহাসত নিজৰ নাম যুগমীয়া কৰি থৈ গৈছে।মাত্ৰ পাঁচ বছৰ কাল শাসন কৰা ছেৰ ছাহে ঘোঁৰাৰ ডাক অনা-নিয়াৰ ব্যৱস্থা কৰিছিল।ছেৰ ছাহে মুদ্ৰা ব্যৱস্থাৰে সংস্কাৰ কৰিছিল।ৰূপৰ মুদ্ৰাক তেওঁৰ দিনত ‘ৰূপী বুলি কোৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top