AJB Class 7 Social Science Chapter 9 Answer সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

১। বাক্যত উত্তৰ লিখা ।

( ক ) সংবিধান কাক বােলে ?

উত্তৰঃ

( খ ) ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা কাৰ্যকৰী হয় ?

উত্তৰঃ

( গ ) ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্রপ্রধানগৰাকী কোন ?

উত্তৰঃ

( ঘ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ কি ?

উত্তৰঃ

( ঙ ) অধিকাৰ কাক বােলে ?

উত্তৰঃ

( চ ) গ্রাহক বা উপভােক্তা কাক বােলে ?

উত্তৰঃ

( ছ ) বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো কি ?

উত্তৰঃ

২। সংবিধানৰ ভাগকেইটা উল্লেখ কৰাঁ ।

উত্তৰঃ

৩। নির্দেশাত্মক নীতি কাক বােলে ? ইয়াৰ প্রধান উদ্দেশ্য কি ?

উত্তৰঃ

৪। সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ

৫। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবােৰ কি কি ?

উত্তৰঃ

৬। গ্রাহক হিচাবে নাগৰিকৰ থকা অধিকাৰবােৰ কি কি ?

উত্তৰঃ

৭। গান্ধীবাদী নীতিৰ অন্তৰ্গত যি কোনাে চাৰিটা নীতি উল্লেখ কৰা ।

উত্তৰঃ

৮ । নির্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ

৯। নাগৰিকে পালন কৰিবলগীয়া যি কোনাে পাঁচোটা কর্তব্য উল্লেখ কৰা ।

উত্তৰঃ

১০ । গ্রাহকসকলে মানি চলিবলগীয়া পাঁচোটা কর্তব্য উল্লেখ কৰা।

উত্তৰঃ

১১। ভাৰতীয় সংবিধানৰ যি কোনাে য়টা বৈশিষ্ট্য আলােচনা কৰাঁ ।

উত্তৰঃ

১২ । চমু টোকা লিখাঃ

ক ) আন্তঃৰাষ্ট্রীয় নীতিঃ

খ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰঃ

গ ) নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰঃ